ETV Bharat / state

সমগ্ৰ দেশৰ লগতে তেজপুৰতো সংবিধান দিৱস পালন - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তেজপুৰত সংবিধান দিৱস পালন ৷ সমগ্ৰ দেশৰ লগতে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভিডিও কনফাৰেন্সৰ জৰিয়তে তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালততো সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাই ন্যায়াধীশসকলক ৷

As_Tezpur_Constitutional_Day_celebrated_at_tezpur_vis_7203907
সমগ্ৰ দেশৰ লগতে তেজপুৰতো সংবিধান দিৱস পালন
author img

By

Published : Nov 26, 2020, 5:56 PM IST

তেজপুৰ,২৬ নৱেম্বৰ: আজি সংবিধান দিৱস ৷ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সমগ্ৰ দেশৰ ন্যায়পালিকা সমূহক দেশৰ অখণ্ডতাৰ প্ৰতি শ্ৰদ্ধা জনাই ভিডিও কনফাৰেন্সৰ জৰিয়তে শপত বাক্য পাঠ কৰায় । সমগ্ৰ দেশৰ লগতে তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালততো সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি শপত গ্ৰহণ কৰে ন্যায়াধীশসকলে ।

সমগ্ৰ দেশৰ লগতে তেজপুৰতো সংবিধান দিৱস পালন

উল্লেখ্য যে, ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোতে দেশৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল ৷ তাৰ ২ মাহৰ পিছতে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয় । সেই অনুসৰিয়ে ২০১৫ চনৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটো সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল ৷ আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত জিলা সত্ৰ ন্যায়াধীশ ইন্দিৰা বৰ্মনৰ লগতে তেজপুৰ আদালতৰ সমূহ ন্যায়াধীশে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.