ETV Bharat / state

কংগ্ৰেছৰ দৰে দুৰ্নীতিগ্ৰস্ত কোনো দল নাইঃ পল্লৱলোচন দাস

author img

By

Published : Mar 29, 2019, 3:30 PM IST

অসমীয়াৰ আবেগ, অনুভূতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এম জি ভি কে ভানুৰ কোনো অনুভৱ নাই ৷ শুকুৰবাৰে তেজপুৰত উপস্থিত হৈ সংবাদমেলত এই মন্তব্য কৰে তেজপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে ৷

বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাস

শোণিতপুৰ, 29 মাৰ্চঃআক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ক্ষমতা দখলৰ দৌৰত লোকসভাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ইজনৰ পাচত সিজন প্ৰাৰ্থী ৷ কংগ্ৰেছৰ দৰে দুৰ্নীতিগ্ৰস্ত কোনো দল নাই ৷ অসমীয়াৰ আবেগ অনুভূতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এম জি ভি কে ভানুৰ কোনো অনুভৱ নাই ৷

বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাস
শুকুৰবাৰে তেজপুৰত উপস্থিত হৈ এনেদৰে কংগ্ৰেছ দল তথা তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুক আক্ৰমণ কৰে সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ ৷ লগতে পূৰ্বৰ দৰেই গোৰ্খা সম্প্ৰদায়ৰ লোকে তেওঁক সমৰ্থন জনাব বুলি আশা ব্যক্ত কৰে পল্লৱলোচন দাসে ৷

ইপিনে আৰ পি শৰ্মা সম্পৰ্কত মত প্ৰকাশ কৰি ৰাম প্ৰসাদ শৰ্মাই তেওঁক যথেষ্ট মৰম কৰাৰ লগতে দলৰ জ্যেষ্ঠ নেতা হিচাপে আগতেও বহুতো পৰামৰ্শ দি আহিছে বুলি মন্তব্য কৰে বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷

Intro:তেজপুৰ: আক্ৰমণ প্ৰত্যাক্ৰমনৰে ৰাজনৈতিক দল ৰ ক্ষমতা দখলৰ দৌৰত তেজপুৰ লোক সভা সমষ্টিৰ ৰথি মাহৰথী । তেজপুৰ ত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসে এক সংবাদ মেলত কয় যে ছাত্ৰ নেতা ৰ পৰাই উত্তৰ পাৰত ৰাইজৰ মাজত সোমাই কাম কৰিছিল আৰু সেই বাবেই বিজেপিয়ে তেওঁক প্ৰাৰ্থীত্ব আগ বৰহাইছে ।

Body:তেওঁ এজন চকীদাৰ আৰু ৰাইজৰ বাবে কাম কৰিবলৈ বাধ্য ।দুৰ্নীতিৰ বিৰুদ্ধে চকু দিয়া তেওঁ চকীদাৰ ।
কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ সাধাৰণ লোকৰ অন্তৰত সোমাব নোৱাৰে বুলি মন্তব্য কৰে ।
তেওঁ কয় যে ৰাম প্ৰসাদ শৰ্মাই তেওঁক যথেষ্ট মৰম কৰে , তেওঁ দলৰ জ্যেষ্ঠ নেতা হিচাপে আগতে বহুতো পৰামৰশ দি আহিছে ।গতিকে গোর্খা জনগোষ্ঠীৰ মাজত সমাদৰ লাভ কৰিছে বুলি জানিব দিয়ে ।
আনহাতে তেজপুৰ ৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে সহায় নকৰে নেকি বুলি জানিব বিচৰাত কয় যে তেখেত এগৰাকী জ্যেষ্ঠ নেতা অগপ দলৰ , তেখেতে বৰ্তমানলৈ সম্পূৰ্ণ সহাৰি আগবঢ়াই গৈছে আৰু যাব ।
byte: পল্লব লোচন দাস

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম, তেজপুৰ।
২৯/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.