ঢেকিয়াজুলি,12 মে’ : সৰ্পমানৱ সৌৰভ বৰকটকী আৰু বনবিভাগৰ সহযোগত দেওবাৰে শোণিতপুৰ বিহগুৰিত দুডাল ফেটি সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, বিহগুৰি কলিতা গাঁৱৰ নিবাসী হেমন্ত বৰাৰ ঘৰত দুডাল ফেটিসাপ প্ৰত্যক্ষ কৰে ৰাইজে । পিছলৈ বন বিভাগক খবৰ দিয়াত সৰ্পমানৱ তথা অসম চৰকাৰৰ অবৈতনিক বন অধীক্ষক সৌৰভ বৰকটকী আৰু বনবিভাগে ফেটিসাপ দুডাল উদ্ধাৰ কৰি ভোমোৰাগুৰি ফৰেষ্ট ৰিজাৰ্ভত মোকলাই দিয়ে ।
বিহগুৰিত সৰ্পমানৱে উদ্ধাৰ কৰিলে দুডাল বিষাক্ত ফেটি সাপ - সৌৰভ বৰকটকী
বন বিভাগক খবৰ দিয়াত সৰ্পমানৱ তথা অসম চৰকাৰৰ অবৈতনিক বন অধীক্ষক সৌৰভ বৰকটকী আৰু বনবিভাগে ফেটিসাপ দুদাল উদ্ধাৰ কৰি ভোমোৰাগুৰি ফৰেষ্ট ৰিজাৰ্ভত মোকলাই দিয়ে ।
বিহগুৰিত বিষাক্ত ফেটি সাপ উদ্ধাৰ
ঢেকিয়াজুলি,12 মে’ : সৰ্পমানৱ সৌৰভ বৰকটকী আৰু বনবিভাগৰ সহযোগত দেওবাৰে শোণিতপুৰ বিহগুৰিত দুডাল ফেটি সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, বিহগুৰি কলিতা গাঁৱৰ নিবাসী হেমন্ত বৰাৰ ঘৰত দুডাল ফেটিসাপ প্ৰত্যক্ষ কৰে ৰাইজে । পিছলৈ বন বিভাগক খবৰ দিয়াত সৰ্পমানৱ তথা অসম চৰকাৰৰ অবৈতনিক বন অধীক্ষক সৌৰভ বৰকটকী আৰু বনবিভাগে ফেটিসাপ দুডাল উদ্ধাৰ কৰি ভোমোৰাগুৰি ফৰেষ্ট ৰিজাৰ্ভত মোকলাই দিয়ে ।
Intro: বিহগুৰিত দুদাল ফেটি সাপ উদ্ধাৰ।
সৰ্পমানৱ সৌৰভ বৰকটকী আৰু বনবিভাগৰ সহযোগত আজি তেজপুৰ বিহগুৰিত দুদাল ফেটি সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে বিহগুৰি কলিতা গাৱঁৰ নিবাসী হেমন্ত বৰা ঘৰত দুদাল ফেটিসাপ প্ৰত্যক্ষ কৰে। পিছলৈ বন বিভাগক খৱৰ দিয়াত সৰ্পমানৱ তথা অসম চৰকাৰৰ অবৈতনিক বন অধীক্ষক সৌৰভ বৰকটকী আৰু বনবিভাগে ফেটিসাপ দুদাল উদ্ধাৰ কৰি ভোমোৰাগুৰি ফৰেষ্ট ৰিজাৰ্ভত মোকলাই দিয়ে।
অমল নাথ, ঢেকিয়াজুলি ।Body: বিহগুৰিত দুদাল ফেটি সাপ উদ্ধাৰ।

অমল নাথ, ঢেকিয়াজুলি ।Conclusion: বিহগুৰিত দুদাল ফেটি সাপ উদ্ধাৰ।

অমল নাথ, ঢেকিয়াজুলি ।