ETV Bharat / state

বিহালীত ব্যাপক গড়াখহনীয়া - বাঢ়নী পানী

নদীৰ দাঁতিকাষৰীয়া অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে গড়াখহনীয়াই ৷ জন প্ৰতিনিধিয়ে খা খবৰ নোলোৱাৰ অভিযোগ

বিহালীত ব্যাপক গড়াখহনীয়া
author img

By

Published : Jul 25, 2019, 3:32 AM IST

বিহালী, 25 জুলাই : বিহালীৰ নীলবাৰীত বৰগাং নদীত ব্যাপক গড়াখহনীয়া ৷ নৈত উটি গ'ল বহু পশুধন ৷ বাঢ়নী পানীয়ে নদীখনৰ পানীৰ গতিবেগ বৃদ্ধি কৰাত নদীৰ দাঁতিকাষৰীয়া অঞ্চলত গড়াখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ খহনীয়া হোৱা ঠাইত জিলা প্ৰশাসন তথা জন প্ৰতিনিধিয়ে খহনীয়াগ্ৰস্ত লোকসকলৰ কোনো খা খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে ৷ এইক্ষেত্ৰত চৰকাৰে গড়াখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৷

Intro:As_behali_24july_cgh_vsl-byte-scpBody:As_behali_24july_cgh_vsl-byte-scpConclusion:বিশ্বনাথ বিহালীৰ নীলবাৰীত বৰগাং নদীৰ গড়াখহনীয়া
অবাহত ,উটি গ'ল বহু পশুধন ,চাহৰ বাগান

বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভীলৰ নীলবাৰীত বৰগাং নদীৰ বাঢ়নী পানীত উটি গ'ল ১৪ তাৰো অধিক পশুধন আৰু বাঢ়নী পানীয়ে নদীখনৰ পানীৰ গতিবেগ বৃদ্ধি কৰাত নদীৰ দাঁতিকাষৰীয়া অঞ্চলত গড়াখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে | খহনীয়া হোৱা ঠাইত আজি জিলা প্ৰশাসন তথা জন প্ৰতিনিধিয়ে খহনীয়াগ্ৰস্ত লোক সকলৰ কোনো খা খৱৰ নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় লোক সকলে আদিবাসী ছাত্র সন্থাকে ধৰি স্থানীয় লোকসকলে চৰকাৰে গড়াখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে |
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.