- তেজপুৰৰ লংকে চাপৰিত গ্ৰেপ্তাৰ সন্দেহযুক্ত বাংলাদেশী(Bangladeshi citizen arrested at Tezpur )
- নদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বপন আলী নামৰ সন্দেহযুক্ত বাংলাদেশীটোকতেজপুৰ লংকে চাপৰিত গ্ৰেপ্তাৰ বাংলাদেশৰ নাগৰিক
- স্বপন আলী বাংলাদেশৰ হুছেইনপাৰাৰ কিষানগঞ্জনৰ স্বস্থপাৰাৰ নিবাসী জাহাংগীৰ আলিৰ পুত্ৰ
- সন্দেহযুক্ত বাংলাদেশীটোৰ পৰা উদ্ধাৰ বাংলাদেশৰ ৯,৬৩০ টাকা
- ধৃত বাংলাদেশীটোৱে নাৱেৰে আহি ব্ৰহ্মপুত্ৰৰ চাপৰিত থিতাপি লোৱাৰ সন্দেহ
- শনিবাৰে আৰক্ষীয়ে তেজপুৰ আদালতত হাজিৰ কৰায় স্বপন আলীক
Bangladeshi citizen arrested: তেজপুৰ লংকে চাপৰিত বাংলাদেশী নাগৰিক আটক - তেজপুৰ লংকে চাপৰিত বাংলাদেশী নাগৰিক আটক
সন্দেহযুক্ত বাংলাদেশীটোৰ পৰা উদ্ধাৰ বাংলাদেশৰ ৯,৬৩০ টাকা ৷ ধৃত বাংলাদেশীটোৱে নাৱেৰে আহি ব্ৰহ্মপুত্ৰৰ চাপৰিত থিতাপি লোৱাৰ সন্দেহ(Bangladeshi nationals arrested at Tezpur) ৷
![Bangladeshi citizen arrested: তেজপুৰ লংকে চাপৰিত বাংলাদেশী নাগৰিক আটক Bangladeshi citizen arrested at Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-17300830-thumbnail-3x2-templates.jpg?imwidth=3840)
তেজপুৰ লংকে চাপৰিত বাংলাদেশী নাগৰিক আটক
- তেজপুৰৰ লংকে চাপৰিত গ্ৰেপ্তাৰ সন্দেহযুক্ত বাংলাদেশী(Bangladeshi citizen arrested at Tezpur )
- নদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বপন আলী নামৰ সন্দেহযুক্ত বাংলাদেশীটোকতেজপুৰ লংকে চাপৰিত গ্ৰেপ্তাৰ বাংলাদেশৰ নাগৰিক
- স্বপন আলী বাংলাদেশৰ হুছেইনপাৰাৰ কিষানগঞ্জনৰ স্বস্থপাৰাৰ নিবাসী জাহাংগীৰ আলিৰ পুত্ৰ
- সন্দেহযুক্ত বাংলাদেশীটোৰ পৰা উদ্ধাৰ বাংলাদেশৰ ৯,৬৩০ টাকা
- ধৃত বাংলাদেশীটোৱে নাৱেৰে আহি ব্ৰহ্মপুত্ৰৰ চাপৰিত থিতাপি লোৱাৰ সন্দেহ
- শনিবাৰে আৰক্ষীয়ে তেজপুৰ আদালতত হাজিৰ কৰায় স্বপন আলীক
TAGGED:
Bangladeshi citizen arrested