ETV Bharat / state

তেজপুৰত 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'ৰ ধৰ্ণা কাৰ্যসূচী - Assam State Power Workers Union Tezpur Branch

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো পালন এই ধৰ্ণা কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰীলৈ 18 দফীয়া দাবীৰে পত্ৰ প্ৰেৰণ 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'ৰ ৷

'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'ৰ ধৰ্ণা কাৰ্যসূচী
author img

By

Published : Nov 25, 2019, 5:06 PM IST

তেজপুৰ , 25 নৱেম্বৰঃ সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'য়ে 2 ঘন্টাৰ ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ 'উদ্যোগ বচাওক শ্ৰমিক বচাওক' সংগ্ৰাম সমিতিৰ লগত যৌথভাৱে এই ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় ৷

তেজপুৰত 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'ৰ ধৰ্ণা কাৰ্যসূচী

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰসুৰী কোম্পানীৰ সমূহকে ধৰি ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ ব্যক্তিগতকৰণৰ যি প্ৰচেষ্টা চৰকাৰে গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰি আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰোপৰিও 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'য়ে মুঠ 18 দফীয়া দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে পত্ৰখনত তেওঁলোকে ৰাজ্যৰ স্ব-নিৰ্ভৰশীল বিদ্যুৎ উৎপাদন,প্ৰবহন আৰু নিকা বিতৰণ ব্যৱস্থা গঢ়ি তোলা,কৰ্মচাৰীৰ দৰমহা সংশোধনী 2016ৰ আসোঁৱাহ সমূহ দূৰ কৰা,বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ পদ দুটা একত্ৰীকৰণ বন্ধ কৰি পূৰ্বৰ দৰে বাহাল ৰখাৰ দাবী তোলে ।

লগতে পঢ়কঃসৰ্বা,হিমন্তৰ প্ৰতিমূৰ্তিত শাৰী পিন্ধালে কটনিয়ানে

Intro:তেজপুৰ,২৫নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে আজি তেজপুৰতো " আসাম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন" য়ে উদ্যোগ বচাওক শ্ৰমিক বচাওক" সংগ্ৰাম সমিতিৰ লগত যৌথ ভাবে ৰাজ্যজুৰি ২ ঘন্টাৰ ধৰণা কাৰ্যসূচী পালন কৰে ।

Body:অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰসুৰী কোম্পানীৰ সমূহকে ধরা ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ ব্যক্তিগত কৰণৰ যি প্ৰচেষ্টা চৰকাৰে গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰি আজি এই কাৰ্যসূচী গ্ৰহণ কৰে । " আসাম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন" য়ে মুঠ ১৮ দফীয়া দাবীৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ পত্ৰ প্ৰেৰণ কৰে ।

Bite:বিদ্যুৎ কৰ্মচাৰী

Conclusion:দাবী সমূহ ভিতৰত ৰাজ্যৰ স্ব নিৰ্ভৰশীল বিদ্যুৎ উৎপাদন, প্ৰবহন আৰু নিকা বিতৰণ ব্যৱস্থা গঢ়ি তোলা , কৰ্মচাৰী ৰ দৰমহা সংশোধনী ২০১৬ ৰ আসোঁৱাহ সমূহ দূৰ কৰা, বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ পদ দুটা একত্ৰিকৰণ বন্ধ কৰি পূৰ্বৰ দৰে বাহাল ৰখা ৰ দাবী তোলে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
২৫/১১/১৮
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.