ETV Bharat / state

তেজপুৰত উদ্ধাৰ যুৱকৰ মৃতদেহ - Deadbody

স্থানীয় ৰাইজে ঘটনাটি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে । ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

তেজপুৰত উদ্ধাৰ হ'ল এটা যুৱকৰ মৃত দেহ
author img

By

Published : Jun 21, 2019, 8:56 AM IST

তেজপুৰ, ২১ জুনঃ তেজপুৰত ইন্সপেক্টৰ অফ স্কুলৰ চৰকাৰী বাস গৃহৰ বাথৰুমত উদ্ধাৰ হ'ল যুৱক এজনৰ মৃতদেহ । মৃত যুৱকজনৰ নাম গণেশ হাজৰিকা বুলি চিনাক্ত ।
তেজপুৰৰ বিদ্যালয়ৰ পৰিদৰ্শক অজয় হাজৰিকাৰ চৰকাৰী আৱাস গৃহত হাজৰিকাৰ ভতিজা গনেশ হাজৰিকা নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয় । স্থানীয় ৰাইজে ঘটনাটি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে । ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

তেজপুৰত উদ্ধাৰ হ'ল এটা যুৱকৰ মৃত দেহ

লগতে আন এটা বাতৰি- যোৰহাটৰ গড়মূৰত সম্পন্ন হ'ব উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য

Intro:তেজপুৰ,২০জুন: তেজপুৰ ইন্সপেক্টৰ অফ স্কুলৰ চৰকাৰী বাস গৃহ ত অঘটন ।ইন্সপেক্টৰ অফ স্কুল অজয় হাজৰিকাৰ ভতিজা গণেশ হাজৰিকাৰ মৃত দেহ উদ্ধাৰ বাথৰত । আৰক্ষী য়ে উদ্ধাৰ কৰিলে মুৰত5অবস্তাত ।
জানিব পৰা মতে অজয় হাজৰিকা আজি গুৱাহাটীৰ চৰকাৰী কামত যোৱাত ভতিজা গণেশ অকলে2 ঘৰত থাকে যদিও কোনো লোকৰ সৈতে সাক্ষাৎ হোৱা নাছিল ।

Body:অৱশেষত কাৰ্যালয়ৰ লোকে সন্ধিয়া দেখা নাপায় ফোন কৰাৰ পিছতো লগ নকৰাটো সন্দেহ হৈ চাবলৈ চেষ্টা কৰে , সকলো দুৱাৰ বন্ধ থকাত ভেন্টিলেটৰত দেখা পায় আৰক্ষী ক খবৰ দিয়ে আৰু নিশা আৰক্ষী য়ে দুৱাৰ ভাঙি মৃত অৱস্থাত উদ্ধাৰ কৰে।
bite; অফিচৰ বিষয়া ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২০/৬/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.