ETV Bharat / state

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ বিৰোধিতা অৰুণাচল প্ৰদেশৰ ছাত্ৰ সমাজৰ - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ বিৰোধিতা অৰুণাচল প্ৰদেশৰ ছাত্ৰ সমাজৰ

অৰুনাচল প্ৰদেশৰ 34 সংখ্যক ৰাজ্যিক দিৱসত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ ইটানগৰত গৃহমন্ত্ৰী গৰাকী প্ৰৱেশ কৰাৰ সময়তে অৰুণাচল প্ৰদেশৰ একাংশ ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদ ৷

Arunachal satudent protest against Amit Sah
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ বিৰোধিতা অৰুণাচল প্ৰদেশৰ ছাত্ৰ সমাজৰ
author img

By

Published : Feb 21, 2020, 9:23 AM IST

তেজপুৰ, 21 ফ্ৰেব্ৰুৱাৰী : ১৯৮৭ চনৰ ২০ ফ্ৰোব্ৰুৱাৰীত অৰুনাচল প্ৰদেশে সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰা বাবে ৰাজ্যখনত পালন কৰা হৈছে 34 সংখ্যক ৰাজ্যিক দিৱস ৷ বৃহস্পতিবাৰে পালন কৰা 34 সংখ্যক ৰাজ্যিক দিৱসত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ৰাজ্যৰ ৰাজধানী ইটানগৰত গৃহমন্ত্ৰী গৰাকী প্ৰৱেশ কৰাৰ সময়তে অৰুণাচল প্ৰদেশৰ একাংশ ছাত্ৰ সমাজে মন্ত্ৰীগৰাকীক বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অমিত শ্বাহ গ' বেক, ম'টা ভাই গ' বেক , সংবিধান প্ৰস্তাৱানাৰ হত্যাকাৰী , আৰু ন' "কা" ধ্বনিৰে ইন্দিৰা গান্ধী উদ্যানৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে ৷ আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত ডনাৰমন্ত্ৰী জিতেন্দ্ৰ সিং, মন্ত্ৰী কিৰেন ৰিজেজু উপস্থিত থাকে ৷ লগতে জৰাম -কলৰিংৰ পথ, শিলা ন্যাশ ৰাজ্যিক আৰক্ষীৰ আৰু নতুন বিধায়কৰ আবাস উদ্ঘাটন কৰে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ বিৰোধিতা অৰুণাচল প্ৰদেশৰ ছাত্ৰ সমাজৰ

আৰু পঢ়ক : 2021 বিধানসভা নিৰ্বাচনত তেজপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.