তেজপুৰ, 12 ডিচেম্বৰ : বৃহস্পতিবাৰে পুৱা তেজপুৰৰ জিলা পৰিষদৰ সভানেত্ৰী, বিজেপি দলৰ ডলী চুৰীনৰ বাসগৃহৰ সন্মুখত, কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে ৷ ৰূপাডুলি চাহ বাগিচাৰ শতাধিক লোক ওলাই উত্তাল কৰে আহি ৰাজপথ ৷
শোণিতপুৰৰ দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙৰ নিৰ্দেশ মৰ্মে দিনৰ 11 বজাৰ পৰা তেজপুৰত সেনাৰ ফ্লেগ মাৰ্চ ঘোষণা ৷
লগতে পঢ়ক : প্ৰতিবাদমুখৰ জোনাই বৰপেটা