ETV Bharat / state

সেনাৰ হাতত "অৰ্জুন" অৰ্পণ প্ৰধানমন্ত্ৰী মোডীৰ - PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে চেন্নাইত অত্যাধুনিক অৰ্জুন MBT (MK-1A) মেইন বেতেল টেংক ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে । ডিফেঞ্চ ৰিছাৰ্চ ডেভেলপমেণ্ট সংস্থাই উন্নত প্ৰযুক্তিৰ সহায়ত নতুনকৈ প্ৰস্তুত কৰি উলিয়াইছে এই যুঁজাৰু টেংকখন ৷

প্ৰধান মন্ত্ৰী মোদীয়ে সেনাৰ হাতত অৰ্পণ কৰিলে অৰ্জুন MBT (MK-1A)

author img

By

Published : Feb 14, 2021, 2:01 PM IST

তেজপুৰ,14 ফেব্ৰুৱাৰী: শনিবাৰে ভাৰতীয় সেনাবাহিনীত সংযুক্ত হ'ল ঘাতক অৰ্জুন মেইন বেটেল টেংক (MK-1A) ৷ ডিফেঞ্চ ৰিছাৰ্চ ডেভলপমেণ্ট সংস্থা চমুকৈ ডিআৰডিঅ’-ই উন্নত প্ৰযুক্তিৰ সহায়ত নতুনকৈ প্ৰস্তুত কৰি উলিয়াইছে এই যুঁজাৰু টেংকখন ৷ তামিলনাডুৰ টেংক নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা টেংকখনক স্বাগতম জনাইছে ভাৰতীয় সেনা বাহিনীয়ে ৷

প্ৰধান মন্ত্ৰী মোদীয়ে সেনাৰ হাতত অৰ্পণ কৰিলে অৰ্জুন MBT (MK-1A)
প্ৰধান মন্ত্ৰী মোদীয়ে সেনাৰ হাতত অৰ্পণ কৰিলে অৰ্জুন MBT (MK-1A)

দেওবাৰে নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰসংগত কয় যে, তামিলনাডুৰ টেংক নিৰ্মাণ কাৰখানাই ভাৰতক অধিক শক্তিশালী ৰূপত গঢ় দিব ৷ ইণ্ড’জেনিয়াছ পদ্ধতি অৱলম্বন কৰা আত্ম নির্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত ই এক সুকীয়া পৰিচয় হ'ব ৷ এই টেংকখন অধিক শক্তিশালী আৰু কেবাটাও পৰিচালনা ক্ষমতা আছে বুলি প্ৰকাশ কৰে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে সেনাৰ হাতত অৰ্পণ কৰিলে অৰ্জুন MBT (MK-1A)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে চেন্নাইত অত্যাধুনিক টেংকখন সেনা বাহিনীৰ হাতত অৰ্পণ কৰে ৷ অৰ্জুন MBT (MK-1A) ঘাটক শক্তিশালী আৰু 14 টা নতুন ডিজাইন যুক্ত ৷ তাৰলগতে ইয়াৰ ক্ৰুৰ মেম্বাৰক অধিক সুৰক্ষা প্ৰদান কৰিব । অত্যধিক গুলীচালনা ক্ষমতা থকা টেংকখনে শত্ৰুপক্ষক প্ৰতিহত কৰিব পাৰিব ৷ ইতিমধ্যে ডিআৰডিঅ’ই পৌৰাণিক পদ্ধতি অধিক উন্নত কৰি নতুনকৈ বহু কেইটা মাৰণাস্ত্ৰ নিৰ্মাণ কৰি সেনা বাহিনীৰ শক্তি টনকিয়াল কৰিছে ।

লগতে পঢ়ক: দেওবাৰেও উষ্ণতা হ্ৰাস ৰাজধানী দিল্লীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.