ETV Bharat / state

তেজপুৰত আদালত চৌহদৰ পৰাই পলায়ন অপৰাধীৰ - POLICE CUSTODY

17 ফেব্ৰুৱাৰীত আৰক্ষীয়ে আটক কৰিছিল অপৰাধী ইক্ৰমোল হুচেইনক ৷ আদালত চৌহদৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে হুচেইনে

THIEF RUN
author img

By

Published : Apr 9, 2019, 9:23 PM IST

তেজপুৰ,9 এপ্ৰিলঃ তেজপুৰ আদালতৰ পৰাই অপৰাধীৰ পলায়ন। আৰক্ষীয়ে এই মুহূৰ্ততলৈকে ইক্ৰামোল হুচেইনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷

তেজপুৰত আদালত চৌহদৰ পৰাই পলায়ন অপৰাধীৰ

আৰক্ষী সূত্ৰত জানিব পৰা মতে ইক্ৰমোল হুছেইন ৰঙাপাৰা থানাৰ অন্তৰ্গত এটা চুৰি কাণ্ডৰ অপৰাধী ৷ তেজপুৰ আদালতত ন্যায়াধীশৰ সন্মুখত হাজিৰ হোৱাৰ পাচত বাহিৰলৈ ওলাই আহি হাত কেৰেয়া লগাবলৈ লওঁতেই আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে ইক্ৰমোল হুচেইনে । ৰঙাপাৰা থানাৰ গোচৰ নম্বৰ 31/19 U/S 379 ভাৰতীয় দণ্ডবিধিৰ অধীনত 17 ফেব্ৰুৱাৰী তাৰিখে হুছেইনক আৰক্ষীয়ে আটক কৰি কাৰাগৰলৈ প্ৰেৰণ কৰিছিল। আৰক্ষীয়ে এই মুহূৰ্তত লৈকে ইক্ৰমোল হুচেইনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷

Intro:তেজপুৰ,৯ এপ্ৰিল : তেজপুৰ কৌৰ্ট ৰ পৰা অপৰাধী ৰ পলায়ন ।
আৰক্ষী সূত্ৰত জানিব পৰা মতে ইক্ৰমোল হুছেইন( ২০) ৰঙাপাৰা থানাৰ অন্তৰ্গত এটা চুৰি কাণ্ডৰ অপৰাধী আজি তেজপুৰ আদালতত জৰ্জ ৰ সন্মুখত হাজিৰ হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি হাত কেৰায়া লগাব ধৰোঁতে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে ।
হুছেইনৰ ঘৰ ৰঙাপাৰাৰ খানামুখত ।ৰঙাপাৰা থানাৰ গোচৰ নাম্বাৰ 31/19 u/s 379 ভাৰতীয় দণ্ডবিধি ৰ অধীনত গোচৰ আছিল ।

Body:যোৱা 17 ফেব্ৰুৱাৰী তাৰিখে হুছেইন ক আৰক্ষী য়ে আটক কৰি কাৰাগৰলৈ প্ৰেৰণ কৰিছিল। আৰক্ষী য়ে এই মুহূৰ্তত লৈকে বিচাৰি উলিয়াব লৈ সক্ষম হোৱা নাই ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম

9/4/29
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.