ETV Bharat / state

শোণিতপুৰত 89 খন গাঁও বানৰ কবলত

জিলা প্ৰশাসনে বিভিন্ন স্থানত খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য আৰু খোৱা পানীৰ পেকেট যোগান ধৰিছে ৷ জিলাখনত মুঠ 114088 জন লোক আৰু 1235.7হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে ।

শোনিতপুৰত 89 খন গাঁও বানৰ কবলত
author img

By

Published : Jul 18, 2019, 2:42 PM IST

তেজপুৰ , ১৮ জুলাই: শোণিতপুৰ জিলাত মুঠ ৮৯ খন গাঁও এই পৰ্যন্ত বানৰ কবলত যদিও বৰ্তমান পানী কিছু পৰিমাণে কমিছে ৷ ব্ৰহ্মপুত্ৰ নদীয়ে গনেশঘাটত 0.60 মিটাৰ বিপদ সীমাৰ ওপৰৰে আৰু জীয়াভৰলী নৈ 0.72 মিটাৰ আৰু বেলশিৰী নৈ 0.02 মিটাৰৰে বৈ আছে ।

জিলা প্ৰশাসনে বিভিন্ন স্থানত খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য আৰু খোৱা পানীৰ পেকেট যোগান ধৰিছে ৷ জিলাখনত মুঠ 114088 জন লোক আৰু 1235.7হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে । ইয়াৰ বিপৰীতে জিলাখনৰ 29 টা আশ্ৰয় শিবিৰ আৰু 7 টা বান সাহায্য় শিবিৰত 1510.774 কুণ্টল চাউল, 302.449 কুইণ্টল দাইল, 30.281 নিমখ , 1705.53 কুইণ্টল পশুধনৰ খাদ্য আৰু 350 খন তিৰ্পাল বিতৰণ কৰে ৷ আনহাতে বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা সেনা , এনডিআৰএফ আৰু এছডিআৰএফে 1126 জন বানাক্ৰান্তক উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

Intro:

শোনিতপুৰত 89 খন গাঁও বানপানীৰ কৱলত

তেজপুৰ,১৮ জুলাই : শোনিতপুৰ জিলাত মুঠ ৮৯ খন গাঁও বানপানীৰ কবলত যদিও বৰ্তমান পানী কিছু পৰিমানে কমিছে ৷ব্ৰহ্মপুত্ৰ নদী গনেশঘাটত 0.60 মিটাৰ বিপদ সীমাৰ ওপৰৰে আৰু জীয়াভৰলী নদী 0.72 মিটাৰ আৰু বেলশিৰী নদী 0.02 মিটাৰৰে বৈ আছে ৷ Body:জিলা প্ৰশাসনে খাদ্য সামগ্ৰী পশুধনৰ খাদ্য আৰু পেকেট খোৱা পানী যোগান ধৰিছে ৷জীলাখনত মুঠ 114088 জন লোক আৰু 1235.7হেক্টৰ কৃষি ভূমি বানত অনিষ্ট হৈছে 30,556 পশুধন আশ্ৰয় দিয়া হৈছে ৷জিলা প্ৰশাসনে 29 টা আশ্ৰয়
শিৱিৰ আৰু 7 টা বান সাহাৰ্য শিৱিৰত 1510.774 কুণ্টল চাউল 302.449 কুণ্টল দালি ,30.281 নিমখ লগতে 1705.53 কুণ্টল পশুধনৰ খাদ্যৰ লগতে 350 খন টিৰপাল বিতৰন কৰে ৷ Conclusion:আনহাতে 1126 জন লোকক বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা ARMY , NDRF আৰু SDRF উদ্ধাৰ কৰে আনহাতে ঢেকিয়াজুলি আৰু ঠেলামৰাত 12 উদ্ধাৰ কৰা নাও ব্যৱহাৰ কৰিছে বুলি জানিবলে দিয়ে ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৮/৭/১৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.