ETV Bharat / state

Bomb at Dhekiajuli: ঢেঁকীয়াজুলিৰ দলঙৰ তলত ৬ টা বোমা উদ্ধাৰ

author img

By

Published : Dec 21, 2022, 10:06 PM IST

শোণিতপুৰৰ ঢেকিয়াজুলিত উদ্ধাৰ ৬ টা বোমা (Bomb at Dhekiajuli)৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত চিৰাজুলী দলঙৰ তলত উদ্ধাৰ বোমাকেইটা ৷

Bomb at Dhekiajuli
ঢেঁকীয়াজুলিৰ দলঙৰ তলত ৬ টা বোমা উদ্ধাৰ
ঢেঁকীয়াজুলিৰ দলঙৰ তলত ৬ টা বোমা উদ্ধাৰ
  • শোণিতপুৰৰ ঢেকিয়াজুলিত উদ্ধাৰ ৬ টা বোমা (Bomb at Dhekiajuli)
  • ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত চিৰাজুলী দলঙৰ তলত উদ্ধাৰ বোমাকেইটা (Bomb recover in Sonipur)
  • ঢেকিয়াজুলি আৰক্ষী আৰু সেনাৰ অভিযানত উদ্ধাৰ হয় বোমাকেইটা (Bomb terror at Dhekiajuli)
  • সমাগত খ্ৰীষ্টমাষ্ট অথবা নৱবৰ্ষত কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে কোনো নিষিদ্ধঘোষিত সংগঠনে বোমাকেইটা সংস্থাপন কৰাৰ সন্দেহ আৰক্ষীৰ
  • বৰ্তমানলৈ কোনো সংগঠনে স্বীকাৰ কৰা নাই বোমাকেইটা সংস্থাপিত কৰাৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.