ETV Bharat / state

ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ - ভাৰতীয় বায়ু সেনা

ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ ৷ ৱাই. কে. শৰ্মাই এই হেলিকপ্টাৰ অৰ্পন কৰে জি ভি এছ ভাস্কৰক ৷

ৱাই. কে. শৰ্মাই এই হেলিকপ্টাৰ অৰ্পন কৰে জি ভি এছ ভাস্কৰক
ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইত হেলিকপ্টাৰ
author img

By

Published : Sep 30, 2020, 10:51 AM IST

তেজপুৰ, 30 ছেপ্টেম্বৰ : ভাৰতীয় বায়ু সেনাত সংযোজিত হ'ল 300 এডভান্স লাইট হেলিকপ্টাৰ । বেংগালোৰত ডিৰেক্টৰ জেনেৰেল অব এৰনতিকেলৰ সঞ্চালক ৱাই. কে. শৰ্মাই হেলিকপ্টাৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া দক্ষিণ জ'নৰ জি ভি এছ ভাস্কৰক এই হেলিকপ্টাৰ অৰ্পন কৰে ৷

ৱাই. কে. শৰ্মাই এই হেলিকপ্টাৰ অৰ্পন কৰে জি ভি এছ ভাস্কৰক
ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ

এডভান্স লাইট হেলিকপ্টাৰ মাৰ্ক 1 আৰু মাৰ্ক 4 ৰ এক বিশেষত্ব আছে ৷ 1992 চনৰ 30 আগষ্টৰ পিছত বিশ্বৰ শ্ৰেষ্ঠ হেলিকপ্টাৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল এই হেলিকপ্টাৰে ৷ মুখ্য প্ৰবন্ধক আৰ. মেধাৱনে কয় যে, এডভান্স লাইট হেলিকপ্টাৰে কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাই ৷

আৰ. মেধাৱনে লগতে কয় যে, বহুধৰণৰ দায়িত্ব পালন কৰিব পৰা হেলিকপ্টাৰখনৰ উৰণ ক্ষমতা 2,80,000 ৷ তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে: কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেই জনাই যে, বৰ্তমান 73 খন AHL সংযোজন কৰা হৈছে ৷ স্থল সেনাক 43 খন, নৌ সেনাক 16 খন, কোষ্ট গাৰ্ডক 16 খন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : হাথৰস গণধৰ্ষণঃ পিতৃক ঘৰত আবদ্ধ কৰি ৰাখি নিশাই পীড়িতাৰ মৃতদেহ সৎকাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.