ETV Bharat / state

শিৱসাগৰৰ নামঘৰত চোৰৰ লুটপাত - শিৱসাগৰ নগৰ

শিৱসাগৰত নামঘৰত চোৰৰ সন্ত্ৰাস ৷ চাৰি দিনত শিৱসাগৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ চাৰিটা নামঘৰত চোৰৰ লুটপাত৷

শিৱসাগৰ নগৰৰ নামঘৰত চোৰৰ ত্ৰাস
author img

By

Published : Aug 27, 2019, 1:54 PM IST

শিৱসাগৰ, 27 আগষ্টঃ পৱিত্ৰ ভাদ মাহ আৰম্ভ হোৱাৰে পৰা পয়মাল লাগিছে শিৱসাগৰত ৷দৈনিক নামঘৰত সংঘটিত হ'ব ধৰিছে চুৰি কাণ্ড ৷নামঘৰত প্ৰৱেশ কৰি চোৰে মূল্যৱান সামগ্ৰী লুট কৰাৰ লগতে লণ্ডভণ্ড কৰিছে নামঘৰৰ আচৱাব ৷ সোমবাৰে নিশা ক্ৰমানুসাৰে চতুৰ্থটো নামঘৰত লুট চলালে চোৰে। ফুকন নগৰৰ মাধৱদেৱ নামঘৰত প্ৰৱেশ কৰি চোৰে দানপাত্ৰ ভাঙি নগদ ধন লুট কৰি নিয়ে ৷

উল্লেখ্য যে জন্মাষ্টমীৰ দিনা মেতেকা অঞ্চলৰ দুটা নামঘৰত তাণ্ডৱ চলাইছিল চোৰে ৷ একেদৰে 25 আগষ্টৰ নিশা নগৰখনৰ শংকৰদেৱ সমাজ নামঘৰৰ পৰা চোৰে নগদ ধন আৰু বহু মূল্যৱান সামগ্ৰী লুটি নিছিল ৷ এইদৰে এটাৰ পাছত আন এটা চুৰি ধাৰাবাহিক ভাৱে সংঘটিত হোৱাত শিৱসাগৰ আৰক্ষীৰ স্বৰূপক লৈ সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷

Intro:Body:*শিৱসাগৰ নগৰত পুনৰ নামঘৰত চোৰৰ সন্ত্ৰাস--চাৰি দিনত শিৱসাগৰ নগৰকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ চাৰি নামঘৰত চোৰৰ লুটপাত*

Story-NAMGHAR_SURI
Ananta Smith
Sivasagar
27th August

পৱিত্ৰ ভাদ মাহ আৰম্ভ হোৱাৰে পৰা পয়মাল লাগিছে শিৱসাগৰত।এটা এটাকৈ দৈনিক নামঘৰত সংঘটিত হব ধৰিছে চোৰৰ তাণ্ডৱ।নামঘৰত প্ৰৱেশ কৰি চোৰে মূল্যৱান সামগ্ৰী লুট কৰাৰ লগতে লণ্ডভণ্ড কৰিছে নামঘৰৰ আচৱাব।যোৱা নিশা ক্ৰমানুসাৰে চতুৰ্থটো নামঘৰত লুট চলালে চোৰে।যোৱা নিশা ফুকন নগৰৰ মাধৱদেৱ নামঘৰত প্ৰৱেশ কৰি চোৰে দানপাত্ৰ ভাঙি নগদ ধন লুট কৰি নিয়ে।উল্লেখযোগ্য যে জন্মাষ্টমীৰ দিনা মেতেকা অঞ্চলৰ দুটা নামঘৰত তাণ্ডৱ চলাইছিল চোৰে।সেইদৰে ২৫ তাৰিখৰ নিশা নগৰৰ শংকৰদেৱ সমাজ নামঘৰৰ পৰা চোৰে নগদ ধন আৰু বহু মূল্যৱান সামগ্ৰী লুট কৰি নিছিল।এইদৰে এটাৰ পাছত এটা চুৰি ধাৰাবাহিক ভাৱে সংঘটিত হোৱাত শিৱসাগৰ আৰক্ষীৰ স্বৰূপক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Bite-Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.