ETV Bharat / state

আমগুৰিত চাহ শ্ৰমিক মজদুৰ সংঘৰ প্ৰতিবাদ - ৰাজ্য চৰকাৰে বঞ্চনা কৰিলে চাহ শ্ৰমিকক

আমগুৰিৰ বৰছিলা চাহ বাগিছাৰ সন্মুখত বিভিন্ন দাবীৰে অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে । শ্ৰমিকসকলক দৈনিক মজুৰি ৩৫১ লৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আদি বিভিন্ন দাবীৰে উত্তাল কৰি তোলে মজদুৰ সংঘই ।

আমগুৰিত চাহ শ্ৰমিক মজদুৰ সংঘৰ প্ৰতিবাদ
আমগুৰিত চাহ শ্ৰমিক মজদুৰ সংঘৰ প্ৰতিবাদ
author img

By

Published : Feb 24, 2021, 3:27 PM IST

আমগুৰি,২৪ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বুধবাৰৰ দিনটোত চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । শিৱসাগৰ জিলাতো বিভিন্ন দাবীৰে চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আমগুৰিৰ বৰছিলা চাহ বাগিছাৰ সন্মুখত বিভিন্ন দাবীৰে অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে । শ্ৰমিকসকলক দৈনিক মজুৰি ৩৫১ লৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আদি বিভিন্ন দাবীৰে উত্তাল কৰি তোলে মজদুৰ সংঘই ।

আমগুৰিত চাহ শ্ৰমিক মজদুৰ সংঘৰ প্ৰতিবাদ

ইফালে ৰাজ্য চৰকাৰে ধন পুৰস্কাৰ মেলা আঁচনিৰ জৰিয়তে প্ৰলোভনৰ ৰাজনীতি কৰা বুলিও অভিযোগ তোলে চাহ মজদুৰ সংঘই । নিৰ্বাচনৰ পূৰ্বে আশা দেখুৱাই চাহ শ্ৰমিকসকলক বিজেপি চৰকাৰে প্ৰবঞ্চনা কৰাৰো অভিযোগ কৰে প্ৰতিবাদকাৰী শ্ৰমিকসকলে । অতি শীঘ্ৰে চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ বাবেও দাবী জনাই শ্ৰমিক লগতে মজদুৰ সংঘই ।

লগতে পঢ়ক: আৰক্ষীক চৰিওৱা বিজেপি নেত্ৰীলৈ চৰকাৰৰ ৰঙা দলিচা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.