শিৱসাগৰ, 7 চেপ্তেম্বৰঃ শিৱসাগৰ পৰিৱহণ বিভাগৰ এনফৰ্চমেণ্ট দলে জব্দ কৰে এখন নম্বৰবিহীন ডাম্পাৰ৷ শনিবাৰে পুৱা গৌৰিসাগৰ দিখৌ দলংৰ সমীপত দায়িত্ব পালন কৰি থকা এনৰ্ফচমেণ্ট দলটো দেখি ডাম্পাৰ খনৰ চালক আৰু এজন সহযোগী পলায়ন কৰে৷ ডাম্পাৰ খন জব্দ কৰি পৰ্যৱেক্ষণ কৰাত ডাম্পাৰ খন চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰে পৰিৱহণ বিভাগৰ দলটোৱে৷ ডাম্পাৰখনৰ বৈদ্যুতিক সংযোগ চিঙি থোৱাৰ লগতে এক বিশেষ ধৰণৰ চাবিৰে ইয়াক চলোৱাটো লক্ষ্য কৰিয়েই ডাম্পাৰখন চুৰিৰ বুলি সন্দেহ কৰিছে পৰিৱহণ বিভাগে৷ ।ডাম্পাৰখনৰ সন্দৰ্ভত অনুসন্ধান কৰাত শোণিতপুৰত পঞ্জীয়ন হোৱা ডাম্পাৰখনৰ নম্বৰ AS 12 BC 5271 বুলি জানিব পৰা গৈছে৷
শিৱসাগৰ পৰিৱহণ বিভাগৰ দ্বাৰা জব্দ নম্বৰবিহীন ডাম্পাৰ - পঞ্জীয়ন হোৱা ডাম্পাৰখনৰ নম্বৰ AS 12 BC 5271
শিৱসাগৰ পৰিৱহণ বিভাগৰ এনফৰ্চমেণ্ট দলে জব্দ কৰে এখন নম্বৰবিহীন ডাম্পাৰ৷ শোণিতপুৰত পঞ্জীয়ন হোৱা ডাম্পাৰখনৰ নম্বৰ AS 12 BC 5271৷ প্ৰায় এক মাহ আগত ক্ৰয় কৰা ডাম্পাৰখন বিনিত কুমাৰ আগৰৱালা নামৰ এজন লোকৰ নামত পঞ্জীয়ন হৈ আছে
![শিৱসাগৰ পৰিৱহণ বিভাগৰ দ্বাৰা জব্দ নম্বৰবিহীন ডাম্পাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4367286-thumbnail-3x2-sivsagar.jpg?imwidth=3840)
শিৱসাগৰ, 7 চেপ্তেম্বৰঃ শিৱসাগৰ পৰিৱহণ বিভাগৰ এনফৰ্চমেণ্ট দলে জব্দ কৰে এখন নম্বৰবিহীন ডাম্পাৰ৷ শনিবাৰে পুৱা গৌৰিসাগৰ দিখৌ দলংৰ সমীপত দায়িত্ব পালন কৰি থকা এনৰ্ফচমেণ্ট দলটো দেখি ডাম্পাৰ খনৰ চালক আৰু এজন সহযোগী পলায়ন কৰে৷ ডাম্পাৰ খন জব্দ কৰি পৰ্যৱেক্ষণ কৰাত ডাম্পাৰ খন চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰে পৰিৱহণ বিভাগৰ দলটোৱে৷ ডাম্পাৰখনৰ বৈদ্যুতিক সংযোগ চিঙি থোৱাৰ লগতে এক বিশেষ ধৰণৰ চাবিৰে ইয়াক চলোৱাটো লক্ষ্য কৰিয়েই ডাম্পাৰখন চুৰিৰ বুলি সন্দেহ কৰিছে পৰিৱহণ বিভাগে৷ ।ডাম্পাৰখনৰ সন্দৰ্ভত অনুসন্ধান কৰাত শোণিতপুৰত পঞ্জীয়ন হোৱা ডাম্পাৰখনৰ নম্বৰ AS 12 BC 5271 বুলি জানিব পৰা গৈছে৷
Story-VEHICLE_RECOVERED
Ananta Smith
Sivasagar
07th September
A_SVR_07TH_SEP_801-803_VEHICLE_RECOVERED_7203499
শিৱসাগৰ পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট দলে আজি পুৱা গৌৰিসাগৰত জব্দ কৰিলে এখন ডাম্পাৰ। আজি পুৱা গৌৰিসাগৰ দিখৌ দলংৰ সমীপত দায়িত্ব পালন কৰি থকা এনৰ্ফচমেণ্ট দলটো দেখি নম্বৰবিহীন ডাম্পাৰ খনৰ চালক আৰু এজন সহযোগী পলায়ন কৰে।পৰিবহণ বিভাগৰ দলটোৱে ডাম্পাৰ খন জব্দ কৰি পৰ্যৱেক্ষণ কৰাত ডাম্পাৰ খন চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰিছে।ডাম্পাৰখনৰ বৈদ্যুতিক সংযোগ চিঙি থোৱাৰ লগতে এক বিশেষ ধৰণৰ চাবিৰে ডাম্পাৰ খন চলোৱাক চাই এনে সন্দেহ কৰিছে পৰিবহণ বিভাগে।ডাম্পাৰখনৰ সন্দৰ্ভত অনুসন্ধান কৰাত শোণিতপুৰত পঞ্জীয়ন হোৱা ডাম্পাৰখনৰ নম্বৰ AS 12 BC 5271 বুলি জানিব পৰা গৈছে।প্ৰায় এক মাহ আগত ক্ৰয় কৰা ডাম্পাৰখন বিনিত কুমাৰ আগৰৱালা নামৰ এজন লোকৰ নামত পঞ্জীয়ন হৈ আছে।
Bite-পৰিবহণ বিষয়া
আগৰৱালাৰ গহপুৰৰ ঘৰৰ পৰা যোৱা নিশা ডাম্পাৰখন চুৰি হোৱা বুলি জানিব পৰা গৈছে।ঘটনা সম্পৰ্কে আগৰৱালাই গহপুৰ থানাত আজি এজাহাৰ দাখিল কৰিছে।Conclusion: