ETV Bharat / state

স্ব-গৃহলৈ অনা হ’ল প্ৰণৱ কুমাৰ গগৈৰ নশ্বৰদেহ

author img

By

Published : Feb 4, 2020, 11:34 PM IST

শিৱসাগৰত অগণন গুণমুগ্ধৰ ভিৰ ৷ শেষ শ্ৰদ্ধাঞ্জলি কংগ্ৰেছ দলৰ শীৰ্ষ নেতা প্ৰণৱ কুমাৰ গগৈক ৷

স্ব-গৃহলৈ অনা হ’ল প্ৰণৱ কুমাৰ গগৈৰ নশ্বৰদেহ
স্ব-গৃহলৈ অনা হ’ল প্ৰণৱ কুমাৰ গগৈৰ নশ্বৰদেহ

শিৱসাগৰ, 4 ফেব্ৰুৱাৰীঃ শিৱসাগৰৰ নিজ বাসগৃহলৈ অনা হ’ল কংগ্ৰেছ দলৰ শীৰ্ষ নেতা প্ৰণৱ কুমাৰ গগৈৰ মৃতদেহ । অগণন গুণমুগ্ধই জ্ঞাপন কৰিলে শেষ শ্ৰদ্ধাঞ্জলি । অশ্ৰু নয়নেৰে শেষ বিদায় জনালে মৰমৰ নেতা গৰাকীক ।

কংগ্ৰেছ দলৰ বহু কেইগৰাকী নেতাই শেষ দৰ্শন কৰিলে প্ৰাক্তন মন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীক । বুধবাৰে পুৱা আনুষ্ঠানিক ভাৱে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হ’ব নেতাগৰাকীক ।

ইপিনে মঙলবাৰে প্ৰণৱ গগৈৰ নশ্বৰ দেহ পুৱা 8 বজাৰ পৰা 10 বজালৈ শিৱসাগৰ নগৰৰ নিজ বাসস্থানত ৰাইজৰ দৰ্শনাৰ্থে, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হয় । তাৰ পাচত বুধবাৰৰ পুৱাই 10 বজাত শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ ৰাজীৱ ভৱনলৈ নিয়া হ’ব নশ্বৰ দেহটো ।

শিৱসাগৰত অগণন গুণমুগদ্ধৰ ভিৰ

ইয়াৰ পিছতে শিৱসাগৰ উকীল সন্থাৰ কাৰ্যালয়লৈ নিয়াৰ পাচতে হাঁহচৰা জাঠিপতিয়া গাঁৱত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শেষ কৃত্য সম্পন্ন কৰা হ’ব প্ৰণৱ কুমাৰ গগৈৰ । উল্লেখ্য যে, বাৰ্ধক্যজনিত কাৰণতেই 84 বছৰ বয়সত মৃত্যুক আকোৱালি লয় গগৈয়ে ৷

Intro:Body:শিৱসাগৰ নগৰৰ নিজ বিসগৃহলৈ আনা হল কংগ্ৰেছ দলৰ শীৰ্ষনেতা প্ৰণৱ কুমাৰ গগৈৰ মৃতদেহ।অগণন গুণমুগদ্ধই জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি।কান্দি কান্দি শেষ বিদায় জনালে মৰমৰ নেতাগৰাকীক।কংগ্ৰেছ দলৱ বহু কেইগৰাকী নেতাই শেষ দৰ্শণ কৰিলে প্ৰাক্তন মন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীক।কাইলৈ পুৱা অনুষ্ঠিত হব আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি।

প্ৰণৱ গগৈৰ নশ্বৰ দেহ মঙ্গলবাৰে পুৱা ৮ বজাৰ পৰা ১০ বজালৈ শিৱসাগৰ নগৰৰ নিজা বাসস্থানত ৰাইজৰ দৰ্শনাৰ্থে-ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হব।

পুৱা ১০ বজাত শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনলৈ নিয়া হব।

ইয়াৰ পিছতে শিৱসাগৰ উকীল সন্থাৰ কাৰ্য্যালয়লৈ নিয়া হব।

ইয়াৰ পিছত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত প্ৰয়াত গগৈৰ পৈতৃক গাওঁ হাঁহচৰা জাঠিপতিয়া গাওঁত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰা হব।Conclusion:

For All Latest Updates

TAGGED:

Pranab gogoi
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.