- শিৱসাগৰত জিলা বিজেপিৰ শীৰ্ষ নেত্ৰীৰ ঘৰত আৰক্ষীৰ অভিযান
- মিনাক্ষী দত্তৰ বাসগৃহত আৰক্ষী-আবকাৰীৰ অভিযান
- বিজেপিৰ খেলুৱা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মিনাক্ষী দত্ত
- শিৱসাগৰ জিলা মহিলা মৰ্চাৰো নেত্ৰী মিনাক্ষী দত্ত
![ASSAM SIVSAGAR POLICE RAID HUGE AMOUNT OF LIQUEUR SEIZED ETV BHARAT NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6578625_mahila.jpg)
- অভিযানত দৰিকাপাৰস্থিত বাসগৃহৰ পৰা জব্দ প্ৰায় ৫ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা
- আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি জব্দ কৰাৰ লগতে আটক এজনক
- আটক কৰা লোক জন সুৰা ব্যৱসায়ী তথা বিজেপি নেত্ৰী মিনাক্ষী দত্তৰ স্বামী
- তেওঁৰ লগতে আটক কৰে আন ১০ জন লোকক
শিৱসাগৰত বিজেপি নেত্ৰীৰ ঘৰত মদৰ বেহা
- অবৈধ সুৰাৰ ঘাটিত বহি থকা অৱস্থাত ৰামচন্দ্ৰ ৰায়(পাটনা),অঞ্জন শইকীয়া,
- অঞ্জন গগৈ, ললিত দত্ত' (মিনাক্ষী দত্তৰ স্বামী),পাৰ্থ লাহন,গৌতম দাস,
- বিকাশ দত্তকে ধৰি ১০ জন সুৰাপায়ীক আটক কৰে আৰক্ষীয়ে
![ASSAM SIVSAGAR POLICE RAID HUGE AMOUNT OF LIQUEUR SEIZED ETV BHARAT NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6578625_sivsagar.jpg)
- লকডাউনৰ সময়তে বিজেপি নেত্ৰীৰ ঘৰত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ
- বিজেপি নেত্ৰীৰ স্বামীসহ আটকাধীন ১০জনক শিৱসাগৰ সদৰ থানাত সোধ পোছ কৰি থকা হৈছে
লগতে চাওকঃ ওদালগুৰিত বিটিএডিৰ ডিআইজি ভায়োলেট বৰুৱাৰ সংবাদমেল