ETV Bharat / state

গৌৰীসাগৰত সমন্বয়ৰ বাণী বিলালে ডা: পিতাম্বৰ দেৱগোস্বামীয়ে

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিচিয়াল গাঁৱত ৩০ বছৰৰ পাছত উপস্থিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডা: পিতাম্বৰ দেৱগোস্বামী । সত্ৰাধিকাৰজনৰ উপস্থিতিক লৈ উৎফুল্লিত গাঁওবাসী ।

গায়ন-বায়নেৰে সত্ৰাধিকাৰক আদৰণি জনালে গাঁওবাসীয়ে
author img

By

Published : Oct 5, 2019, 9:46 AM IST

শিৱসাগৰ , ৫ অক্টোবৰঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিচিয়াল গাঁৱৰ একমাত্ৰ নামঘৰটিত শুকুৰবাৰে উপস্থিত হয় শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডা: পিতাম্বৰ দেৱগোস্বামী । গাঁওখনৰ ৪৫০ টা পৰিয়ালৰ মাজত থকা একমাত্ৰ নামঘৰটোত সত্ৰাধিকাৰগৰাকীৰ উপস্থিতিত উৎফুল্লিত হৈ পৰে সমগ্ৰ অঞ্চলবাসী । তিনি শতাধিক লোকৰ উপস্থিতিত বক্তব্য প্ৰদান কৰে ডা: পিতাম্বৰ দেৱগোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীয়ে তেখেতৰ বক্তব্যত জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । সত্ৰাধিকাৰগৰাকীক আদৰিবৰ বাবে উফুল্লিত হৈ পৰা গাঁওবাসীয়ে নামঘৰটি আটক ধুনিয়াকৈ সজাই তোলাৰ লগতে গায়ন-বায়নেৰে নামঘৰলৈ আদৰি নিয়ে বিশেষ অতিথিজনক । কিছু লোকে সত্ৰাধিকাৰ গৰাকী উঠি যোৱা গাড়ীত সেৱা কৰা দৃশ্যও দেখিবলৈ পোৱা যায় ।

গায়ন-বায়নেৰে সত্ৰাধিকাৰক আদৰণি জনালে গাঁওবাসীয়ে

লগতে পঢ়কঃ পূজা মণ্ডপত বিদেশী চৰাইৰ প্ৰদৰ্শন কৰি বিপদত উধাৰবন্দ কালীবাড়ি পূজা সমিতি

Intro:Body:আমগুৰি ৫ অক্টোবৰ:

শিৱসাগৰৰ গৌৰীসাগৰত তিনি শতাধিক লোকৰ উপস্থিতিত সমন্বয়ৰ বাণী বিলালে শ্ৰীশ্ৰী আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে

গৌৰীসাগৰৰ দিচিয়াল গাঁওৰ ৪৫০ টা পৰিয়ালৰ একমাত্ৰ নামঘৰটিত সত্ৰাধিকাৰগৰাকী পদাৰ্পন কৰাত অঞ্চলবাসী উৎফুল্লিত হৈ উঠে।

সত্ৰাধিকাৰগৰাকীক গাঁওবাসীয়ে গায়ন-বায়নেৰে আদৰি নিয়াৰ লগতে চৰণত সেৱা লয়। অানহাতে গাঁৱৰ লোকসকলে সত্ৰাধিকাৰগৰাকী উঠি যোৱা গাড়ী খনতো সেৱা কৰাৰ দৃশ্যও দেখিবলৈ পোৱা গৈছিল।

উল্লেখ্য যে সত্ৰাধিকাৰগৰাকী আগমণত গাঁওখন স্বচ্চ আৰু পৰিস্কাৰ কৰি তোলে। আটকধুনীয়াকৈ সজাই পৰাই তোলা গাঁওবাসীয়ে সত্ৰাধিকাৰগৰাকীৰ আগমণত ধন্য হোৱা বুলি প্ৰকাশ কৰে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.