শিৱসাগৰ, 7 ছেপ্টেম্বৰঃ
- শিৱসাগৰ নগৰৰ বাইপাচৰ এনআৰএল পেট্ৰল পাম্পৰ সমীপত পথ দুৰ্ঘটনা৷
- সেনাবাহিনীৰ কনভয়ৰ 17-D-20-5622L নম্বৰৰ এখন ট্ৰাকে AS-04-T-4862 নম্বৰৰ এখন গ্লেমাৰ বাইকত খুন্দা মাৰে৷
- দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী ৰবিন্দ্ৰ সিং থিতাতে নিহত হয়৷
- নিহত লোক জনৰ ঘৰ শিৱসাগৰ নগৰৰ লাচিত নগৰত৷
- ৰাইজে আৱদ্ধ কৰে দুৰ্ঘটনা সংঘটিত কৰা সেনাৰ কনভয় খন ।
- ব্যাহত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত৷
- উপযুক্ত ক্ষতিপূৰণৰ দাবী ৰাইজৰ৷
- আৰক্ষীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত৷