ETV Bharat / state

বৰ্ডিং খেলপথাৰত সাংবাদিকৰ অন্তৰংগ আলাপ

শিৱসাগৰ নগৰত অনুস্থিত গ্ৰন্থ উৎসৱত সাংবাদিকৰ অন্তৰংগ আলাপ ৷ গীত মাত আৰু সাংবাদিকৰ জীৱন দুৰ্দশাৰ কথাৰে জীপাল গ্ৰন্থ উৎসৱৰ বাকৰি ৷

author img

By

Published : Nov 11, 2019, 8:16 PM IST

বৰ্ডিং খেলপথাৰত সাংবাদিকৰ অন্তৰংগ আলাপ

শিৱসাগৰ, 11 নবেম্বৰ: ৩ নৱেম্বৰৰ পৰা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুস্থিত হৈ থকা ষষ্ঠ শিৱসাগৰ গ্ৰন্থ উৎসৱত সোমবাৰে এক ব্যতিক্ৰমী অনুষ্ঠান অনুস্থিত হয় । 'খোজ'ৰ উদ্যোগত আয়োজন কৰা গ্ৰন্থ উৎসৱত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ আলাপত শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত শিৱসাগৰ নগৰৰ লগতে ডিমৌ, নাজিৰা, শিমলুগুৰি, আমগুৰি আদি বিভিন্ন ঠাইৰ সাংবাদিকে অংশগ্ৰহণ কৰি নিজ নিজ অভিজ্ঞতা-স্মৃতি ৰোমন্থন কৰাৰ লগতে সাংবাদিক জীৱনৰ বেয়া দিনবোৰ কথা উল্লেখ কৰে ।

সাংবাদিক জীৱনৰ দৈন্যতা, দুখ, কষ্ট, অভিমান আদি বিভিন্ন অনুভৱ সমূহ মুকলিকৈ প্ৰকাশ কৰা এই অনুষ্ঠানত সাংবাদিক জীৱনৰ ত্যাগ প্ৰতিফলিত হয় ৷ নিম্ন হাৰৰ বেতন, সাংবাদিক সুৰক্ষাৰ অভাৱ আদি বিভিন্ন বিষয়ত আলোচনা হোৱা আলাপ অনুষ্ঠান গীত মাতেৰে জীপাল কৰি তোলে সাংবাদিক অতনু বৰা আৰু নবোল কোঁৱৰে । অনন্ত স্মিথ আৰু মুজাহিদ আলিয়ে আঁতধৰা অনুষ্ঠানটিৰ শেষত সকলো সাংবাদিকে কৰ্ম জীৱনৰ ক্ষোভ-দুখ পাহৰি গীতৰ তালে তালে নাচি কিঞ্চিত আনন্দ উপভোগ কৰে ।

বৰ্ডিং খেলপথাৰত সাংবাদিকৰ অন্তৰংগ আলাপ
শিৱসাগৰ বৰ্ডিং খেলপথাৰত সাংবাদিকৰ অন্তৰংগ আলাপ

Intro:Body:*শিৱসাগৰ নগৰত অনুস্থিত গ্ৰন্থ উৎসৱত সাংবাদিকৰ অন্তৰংগ আলাপ--গীত মাত আৰু সাংবাদিকৰ জীৱন দুৰ্দশাৰ কথাৰে জীপাল গ্ৰন্থ উৎসৱৰ বাকৰি*

Story-REPORTES-NARRATIVE
Ananta Smith
Sivasagar
11th November

যোৱা ৩ নৱেম্বৰ তাৰিখৰ পৰা শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুস্থিত হৈ থকা ৬ষ্ঠ শিৱসাগৰ গ্ৰন্থ উৎসৱত আজি এক ব্যতিক্ৰমী অনুষ্ঠান অনুস্থিত হয়।'খোজ'ৰ উদ্যোগত আয়োজন কৰা গ্ৰন্থ উৎসৱত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ আলাপত শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে।

আজিৰ অনুষ্ঠানত শিৱসাগৰ নগৰৰ লগতে ডিমৌ,নাজিৰা, শিমলুগুৰি,আমগুৰি আদি বিভিন্ন ঠাইৰ সাংবাদিকে অংশগ্ৰহণ কৰি নিজ নিজ অভিজ্ঞতা-স্মৃতি ৰোমন্থন কৰাৰ লগতে সাংবাদিক জীৱনৰ বেয়ি দিনবোৰ উল্লেখ কৰে।সাংবাদিক জীৱনৰ দৈন্যতা,দুখ,কষ্ট, অভিমান আদি বিভিন্ন অনুভৱ সমূহ মুকলিকৈ প্ৰকাশ কৰা আজিৰ অনুষ্ঠানত সাংবাদিক জীৱনৰ ত্যাগ প্ৰতিফলিত হয়।নিম্ন হাৰৰ বেতন,সাংবাদিক সুৰক্ষাৰ অভাৱ আদি বিভিন্ন বিষয়ত আলোচনা হোৱা আলাপ অনুষ্ঠান গীতমাতেৰে জীপাল কৰি তোলে সাংবাদিক অতনু বৰা আৰু নবোল কোঁৱৰে।

অনন্ত স্মিথ আৰু মুজাহিদ আলিয়ে আঁত ধৰা অনুষ্ঠানটিৰ শেষত সকলো সাংবাদিকে কৰ্ম জীৱনৰ ক্ষোভ-দুখ পাহৰি গীতৰ তালে তালে নাচি কিঞ্চিত আনন্দ উপভোগ কৰে।

Bite1-জয়জ্যোতি গগৈ
Bite2-ইনামূল হাজৰিকাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.