শিৱসাগৰ, 29 এপ্ৰিলঃ লক্ ডাউনৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সাব্যস্ত প্ৰতিবাদ । মুণ্ডন কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈসহ, সতীৰ্থ কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীৰে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাপেখাতীৰ আঞ্চলিকৰ উপদেষ্টা নীলমণি দাসে সাব্যস্ত কৰিলে এই প্ৰতিবাদ ।
লগতে পঢ়কঃ মাতৃভূমিক ভাল পোৱাৰ কাৰণে এনেদৰে কষ্ট দিছেঃ অখিল গগৈ