ETV Bharat / state

তাই আহোম ছাত্ৰ সন্থাৰ 100 ঘন্টীয়া অ এন জিচি বন্ধ

author img

By

Published : Sep 24, 2019, 1:27 PM IST

এমাহত তৃতীয় বাৰ অ এন জিচি বন্ধৰ আহ্বান ৷ ব্যাহত হৈছে অএনজিচিৰ স্বাভাৱিক কাম কাজ ৷

তাই আহোম ছাত্ৰ সন্থাৰ 100 ঘন্টীয়া অ এন জিচি বন্ধ

শিৱসাগৰ, 24 ছেপ্টেম্বৰঃ মঙলবাৰৰ পুৱাৰে পৰা সদৌ তাই আহোম ছাত্ৰ সন্থাই 100 ঘন্টীয়া অ এন জিচি বন্ধৰ আহ্বান জনায় ৷ জানিব পৰা মতে 24 ছেপ্টেম্বৰৰ পুৱা 5 বজাৰ পৰা 28 ছেপ্টেম্বৰৰ পুৱা 8 বজালৈ এই 100 ঘন্টীয়া বন্ধ বাহাল থাকিব ৷

তৈল ক্ষেত্ৰ ব্যক্তিগত কৰণ,নিবনুৱা সংস্থাপনৰ দাবী আৰু থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনোৱা হৈছে ৷ বন্ধৰ সমৰ্থক সকলে অ এন জিচিৰ কৰ্মচাৰী সকলক কাৰ্যালয়ত প্ৰৱেশৰ বাধা প্ৰদান কৰিছে ৷ ফলত ব্যাহত হৈ পৰিছে অ এন জিচিৰ স্বাভাৱিক কাম কাজ ৷ উল্লেখ্য যে, বিগত এমাহত জাতীয় সংগঠন সমূহে এই বাৰকে ধৰি অ এন জিচি'ৰ থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত ধাৰাবাহিক ভাৱে তৃতীয় বাৰৰ বাবে অ এন জিচি বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

Intro:Body:*এমাহত তৃতীয় বাৰ - এইবাৰ আটাছু : তাই আহোম ছাত্ৰ সন্থাৰ ১০০ ঘন্টীয়া অ এন জি চি বন্ধ আৰম্ভ : ব্যাহত হৈছে অ এন জি চি অসম সম্পদৰ স্বাভাৱিক কাম কাজ*

Story-ONGC BANDH
Ananta Smith
24th September
Sivasagar

A_SVR_24TH_SEP_801-804_ONGC_BANDH_7203499

আজিৰে পৰা সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ১০০ ঘন্টীয়া অ এন জি চি বন্ধৰ আহ্বান।

২৪ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা ২৮ ছেপ্টেম্বৰ পুৱা ৮ বজালৈ এই ১০০ ঘন্টীয়া বন্ধ বাহাল থাকিব।

তৈল ক্ষেত্ৰ ব্যক্তিগত কৰণ, নিবনুৱা সংস্থাপনৰ দাবী আৰু থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান।

বন্ধৰ ফলত ব্যাহত হৈছে অ এন জি চি স্বাভাৱিক কাম কাজ

বন্ধৰ সমৰ্থকে অ এন জি চি ৰ কৰ্মচাৰীক বাধা প্ৰদান কৰিছে কাৰ্যালয়ত প্ৰৱেশত।

উল্লেখযোগ্য যে বিগত এমাহত এই বাৰকে ধৰি অ এন জি চি'ৰ থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত ধাৰাবাহিক ভাৱে তৃতীয় বাৰৰ বাবে অ এন জি চি বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জাতীয় সংগঠন সমূহে।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.