ETV Bharat / state

গৰু চুৰি আৰু নিকৃষ্ট চোৰৰ বৰ্বৰ কাণ্ড ! - COW THEIF

যোৱা নিশা প্ৰশান্ত হাজৰিকা নামৰ এজন লোকৰ ঘৰৰ গোহালিৰ পৰা এজনী গাভিনী গাই গৰু চোৰ কৰি নিলে কোনো দুষ্কৃতিকিৰীয়ে ৷ অৱশ্যে চুৰি কৰিয়েই ক্ষান্ত নথকা দুষ্কৃতিকাৰীয়ে গো-হত্যা কৰি পেলাই থৈ যায় শৰীৰৰ অংশ ৷

গৰু চুৰি আৰু নিকৃষ্ট চোৰৰ বৰ্বৰ কাণ্ড !
author img

By

Published : May 27, 2019, 10:59 AM IST

শিৱসাগৰ,27 মে’: শিৱসাগৰৰ নাজিৰাত সংঘটিত হৈছে নিকৃষ্ট ঘটনা ৷ নমাতিত সংঘটিত এক গৰুচুৰিৰ ঘটনা আৰু চোৰৰ নিকৃষ্ট কাণ্ডই চকু কপালত তুলিছে সকলোৰে ৷ ঘটনা অনুসৰি যোৱা নিশা প্ৰশান্ত হাজৰিকা নামৰ এজন লোকৰ ঘৰৰ গোহালিৰ পৰা এজনী গাভিনী গাই গৰু চোৰ কৰি নিলে কোনো দুষ্কৃতিকিৰীয়ে । অৱশ্যে এই দুষ্কৃতিকাৰীয়ে চুৰি কাৰ্য সংঘটিত কৰিয়েই ক্ষান্ত নাথাকিল, চুৰি কৰি নিয়া গাইজনী গৃহস্থৰ ঘৰৰ কিছু নিলগতে কাটি পেটৰ পোৱালি আৰু ঠেং, মূৰ আদি পেলাই থৈ যায় ৷ এই ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে আৰক্ষীয়ে অৱশিষ্ট অংশ ঘটনাস্থলীৰ পৰা আঁতৰাই নি অনুসন্ধান অব্যাহত ৰাখিছে ৷

Intro:Body:

*শিৱসাগৰত গৰু চুৰি*

Story--GORU_SUR

Ananta Smith

Sivasagar

27th May

শিৱসাগৰ জিলাৰ নাজিৰাত সংঘটিত এক নিকৃষ্ট ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।নাজিৰাৰ নমাতিত সংঘটিত এক গৰু চুৰিৰ ঘটনা আৰু চোৰে গৃহস্থৰ ঘৰৰ পৰা কিছু নিলগত গৰু কাটি অৱশিষ্ট এৰি যোৱাৰ ফলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।৷ যোৱা নিশা প্ৰশান্ত হাজৰিকা নামৰ এজন লোকৰ ঘৰৰ গোহালিৰ পৰা এজনী গাভিনী গাই গৰু চোৰ কৰি নিলে কোনো দূষ্কৃতিকিৰীয়ে।গাইজনী ঘৰৰ কিছু নিলগতে কাটি লৈ যোৱা চোৰৰ দলটোৱে  পেটৰ পোৱালি আৰু ঠেং মূৰ আদি পেলাই দৃষ্টিকটু ভাৱে পেলাই থৈ গল।ইয়াকে লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া হৈছে।ইতিমধ্যে আৰক্ষীয়ে অৱশিষ্ট অংশ ঘটনাস্থলিৰ পৰা আঁতৰাই নি অনুসন্ধান অব্যাহত ৰাখিছে।

Visuals are not given due to its vulgarity.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.