ETV Bharat / state

Miscreants damage tea garden: অসম নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ - Miscreants burn tea gardens on Assam Nagaland border

শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৰ বৰচিলাত উত্তেজনা ৷ দুৰ্বৃত্তই জ্বলাই দিলে এখন চাহ বাগিচা (Miscreants burn tea gardens on Assam Nagaland border)৷ বাগিচাত থকা বহুকেইটা জিৰণি ঘৰতো দুৰ্বৃত্তই কৰে অগ্নি সংযোগ ৷

Miscreants damage tea garden: অসম নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ
অসম নগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ
author img

By

Published : Mar 5, 2022, 3:45 PM IST

শিৱসাগৰ, 5 মাৰ্চ : পুনৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা ৷ শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বৰছিলাত এইবাৰ দুৰ্বৃত্তই চলালে তাণ্ডৱ (Miscreants burn tea gardens on Assam Nagaland border) ৷ বৰছিলা বাগিচাৰ নামতি গ্ৰান্টত দুৰ্বৃত্তই জ্বলাই দিয়ে ১০ বিঘা মাটিৰে আৱৰা এখন চাহ বাগিচা ৷

ইয়াৰোপৰি দুবৃত্তই চাহ খেতিয়কৰ কেইবাটাও জিৰণি ঘৰো জ্বলাই দিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে, পাঁচজনকৈ ক্ষুদ্ৰ চাহখেতিয়কৰ আছিল এই চাহবাগিচাখন ৷ তেওঁলোক হ’ল বৰছিলা বাগিচাৰ দুখৌ তাঁতীৰ ১ বিঘা, ৰঞ্জীত তাঁতীৰ ২ বিঘা, সঞ্জীত তাঁতীৰ ২ বিঘা, সন্তোষ নায়কৰ ১ বিঘা, চপনা নায়কৰ ৪ বিঘা চাহখেতি (Miscreants damage tea garden) ৷

Miscreants damage tea garden: অসম নগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ

ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী খেতিয়কে হালোৱাটিং আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ৷

সকলোৱে সন্দেহৰ আঙুলি টোৱাইছে নগা দুৰ্বৃত্তলৈ ৷ পূৰ্বেও বিভিন্ন সময়ত বাগিচাখনৰ চাহগছ কটাৰ অভিযোগ সীমান্তৱৰ্তী অঞ্চলটোত ৷ আনকি এই অঞ্চলটোত সুৰক্ষা ব্যৱস্থা নথকাৰো এক গুৰুতৰ অভিযোগ উঠিছে ৷ সীমান্তবাসীৰ মতে, বিঅ'পিৰ ব্যৱস্থা নথকাৰ সুযোগ গ্ৰহণ কৰি আহিছে দুবৃত্তই ৷

লগতে পঢ়ক : নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বাবে শ কোটি টকা বিনিয়ােগ কৰা হ'ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.