ETV Bharat / state

শিৱসাগৰ নাজিৰাত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী - নাহৰফুটুকী

দীৰ্ঘদিন ধৰি নাজিৰাৰ লক্ষ্মীজান বিহুবৰ চাহ বাগিছাত সন্ত্ৰাস চলাই অহা প্ৰকাণ্ড নাহৰফুটুকীটো অৱশেষত পিঞ্জৰাবদ্ধ হয় বন বিভাগৰ হাতত ।

শিৱসাগৰ নাজিৰাত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী
author img

By

Published : May 16, 2019, 4:47 PM IST

শিৱসাগৰ,১৬ মে': দীৰ্ঘদিন ধৰি শিৱসাগৰ নাজিৰাৰ লক্ষ্মীজান বিহুবৰ চাহ বাগিছাত সন্ত্ৰাস চলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী অৱশেষত পিঞ্জৰাবদ্ধ হয় বন বিভাগৰ হাতত ৷ চাহ বাগিছাখনত নাহৰফুটুকীটোৱে কেইবাজনো শ্ৰমিকক আক্ৰমণ কৰাৰ লগতে পোহনীয়া জীৱজন্তু ভক্ষণ কৰি সমগ্ৰ অঞ্চলটোতে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৷

শিৱসাগৰ নাজিৰাত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী

এই সন্দৰ্ভত চাহ বাগিছাখনৰ পৰিচালকে বন বিভাগক অৱগত কৰাত বুধবাৰে বনবিভাগে বাগিছাখনত এটা পিঞ্জৰা পাতিছিল আৰু বৃহস্পতিবাৰে পুৱাই পিঞ্জৰাত সংস্থাপন কৰা এটা ছাগলী ভক্ষণ কৰিবলৈ আহি অৱশেষত পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো।

*নাজিৰা লক্ষ্মীজান বিহুবৰ চাহ বাগিছাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ*

Story-LEOPARD_CAPTURED
Ananta Smith
Sivasagar
16th May

A_SVR_16TH_MAY_803-805_LEOPARD_CAPTURED_7203499

দীৰ্ঘদিন ধৰি নাজিৰাৰ লক্ষ্মীজান বিহুবৰ চাহ বাগিছাত সন্ত্ৰাস চলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ অৱশেষত বন বিভাগৰ হাতত পিঞ্জৰাবদ্ধ হয় ৷ চাহ বাগিছাখনত নাহৰফুটুকী বাঘটোৱে কেইবাজনো শ্ৰমিকক জখম কৰাৰ লগতে পোহনীয়া জীৱজন্ত ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল ৷ এই সন্দৰ্ভত চাহ বাগিছাখনৰ পৰিচালকে বন বিভাগক অৱগত কৰাত বুধবাৰে বনবিভাগে বাগিছাখনত এটা পিঞ্জৰা পাতিছিল আৰু আজি পুৱাই পিঞ্জৰাত আৱদ্ধ কৰি ৰখা এটা ছাগলী ভক্ষণ কৰিবলৈ আহি প্ৰকাণ্ড নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.