ETV Bharat / state

অ এন জিচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তিৰ ধৰ্ণা

author img

By

Published : May 27, 2019, 7:48 PM IST

উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পে'ট্ৰলিয়াম মন্ত্ৰালয়ে অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ ৫০% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ প্ৰতিবাদতে মংগলবাৰে নাজিৰাৰ অ এন জিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

অএনজিচি মুখ্যকাৰ্য্যালয়ৰ সন্মুখত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী

শিৱসাগৰ, 27 মে': শিৱসাগৰৰ নাজিৰাত অ এন জিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৰ্ণা কাৰ্যসূচী ৷ অ এন জিচি অসম সম্পদৰ অতি লাভজনক গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰিয়ে ধৰ্ণা কাৰ্যসূচী হাতত লয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷ উল্লেখ্য যে, উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপি নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পে'ট্ৰলিয়াম মন্ত্ৰালয়ে অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ ৫০% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ প্ৰতিবাদতে মংগলবাৰে নাজিৰাৰ অ এন জিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অ এন জিচিৰ অসম সম্পদৰ মুঠ উৎপাদনৰ ৫০% খাৰুৱা তেল উৎপাদন হোৱা গেলেকী তেল পথাৰ খনক বিদেশী কোম্পানীক গটাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ কিন্তু কোনো কাৰণতে গেলেকী তৈলক্ষেত্ৰ বাহিৰাগত কোম্পানীক গটাই দিয়া ন'হব বুলি দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷

প্ৰতিবাদকাৰী সকলে পে'ট্ৰলিয়াম মন্ত্ৰী হায় হায়, শ্লামবাজাৰ গ' বেক, অসমৰ তৈল সম্পদ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰিবলৈ দিয়া ন'হব, অসমৰ সম্পদক লৈ হেতালি খেলিবলৈ দিয়া ন'হব, অসমৰ সম্পদৰ অধিকাৰ অসমত থাকিব লাগিব আদি শ্লো'গানেৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Intro:NCHOR STORY- নাজিৰাত ONGC অসম সম্পদৰ মুখ্যকাৰ্য্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৰ্ণা কাৰ্যসূচী৷ ONGC অসম সম্পদৰ অতি লাভজনক গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰৰ বিৰোধীতা কৰি এই ধৰ্ণা কাৰ্যসূচী হাতত ললে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে৷ Body:V/O- উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পিট্ৰলিয়াম মন্ত্ৰালয়ে অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ ৫০% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ প্ৰতিবাদতে মংগলবাৰে নাজিৰাৰ ONGC অসম সম্পদৰ মুখ্যকাৰ্য্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ অএনজিচিৰ অসম সম্পদৰ মুঠ উৎপাদনৰ ৫০% খাৰুতেল উৎপাদন হোৱা গেলেকী তেল পথাৰ খনক বিদেশী কোম্পানীক গটাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ কিন্তু কনো কাৰনতে গেলেকী তৈলক্ষেত্ৰ বাহিৰাগত কোম্পানীক গটাই দিয়া নহব বুলি দাবী তোলে প্ৰতিবাদকাৰী সকলে৷
প্ৰতিবাদকাৰী সকলে পেট্ৰলিয়াম মন্ত্ৰী হায় হায় , শ্লামবাজাৰ গ বেক, অসমৰ তৈল সম্পদ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰিবলৈ দিয়া নহব, অসমৰ সম্পদক লৈ হেতালি খেলিবলৈ দিয়া নহব, অসমৰ সম্পদৰ অধিকাৰ অসমত থাকিব লাগিব আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে।

বাইট- প্ৰতিবাদকাৰী৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.