ETV Bharat / state

শিৱসাগৰৰ তলাতল ঘৰত জাতীয় সংগ্ৰামী সেনাৰ প্ৰতিবাদ

তলাতল ঘৰ , ৰংঘৰৰ লগতে ঐতিহাসিত পৰ্যটনস্থলী সমূহত থলুৱা লোকক কৰ্মচাৰী হিচাপে নিযুক্তিৰ দাবীত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা অসমে(Jatiya Sangrami Sena Protest) ৷

atiya Sangrami Sena Protest
শিৱসাগৰৰ তলাতল ঘৰত জাতীয় সংগ্ৰামী সেনাৰ প্ৰতিবাদ
author img

By

Published : Dec 1, 2021, 8:50 PM IST

শিৱসাগৰ, 1 ডিচেম্বৰ : শিৱসাগদৰৰ তলাতল ঘৰ, ৰংঘৰৰ লগতে ঐতিহাসিত পৰ্যটন স্থলীসমূহত থলুৱা লোকক কৰ্মচাৰী হিচাপে নিযুক্তিৰ দাবীত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা অসমে(Protest for Demanding Indigenous Recruitment) ৷ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত জাতীয় সংগ্ৰামী সেনাই সাব্যস্ত কৰে প্ৰতিবাদ (Jatiya Sangrami Sena Protest) ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ঐতিহাসিক স্থানত মৰ্যদা হানিকৰ কাম-কাজ বন্ধ কৰা, পৰ্যটক তথা দৰ্শনাৰ্থী সকলক দুব্যৱহাৰ বন্ধ কৰাৰ লগতে এশ শতাংশ থলুৱা নিযুক্তি দিয়াৰ(Indigenous Recruitment News) ব্যৱস্থা কৰা দাবী উত্থাপন কৰে সংগঠনটোয়ে ৷ উল্লেখ্য যে, কেইদিন মান পূৰ্বে অসমীয়া ছবিজগতৰ এগৰাকী অভিনেতা ত্ৰিদিপ লাহনক তলাতল ঘৰৰ টিকত ঘৰত থকা এগৰাকী অনা-অসমীয়া কৰ্মচাৰীয়ে দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

শিৱসাগৰৰ তলাতল ঘৰত জাতীয় সংগ্ৰামী সেনাৰ প্ৰতিবাদ

এই অভিযোগ উত্থাপন হৈছিল টিকট ঘৰত কৰ্মৰত উত্তৰ-প্ৰদেশৰ নবীন কল্যান নামৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ৷ উক্ত অভিযোগৰ ভিত্তিতে থলুৱা নিযুক্তিৰ লগতে কেইবাটাও দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা অসমে ৷

লগতে পঢ়ক: Mob Lynching in Jorhat : 91 টা গোচৰ বুকুত সাৱতি বগা চাদৰৰ তলত শুই পৰিল ক’লা ল’ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.