সোণাৰি,19 আগষ্টঃচৰাইদেউ জিলাৰ সদৰ সোণাৰিত আৰোহন বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ তাণ্ডৱ। সোণাৰিৰ আৰোহন নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে অত্যাধিক মদ্যপান কৰি পদপথৰ মহিলা যাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু সাংবাদিকক অপদস্থ কৰে। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া সাত বজাত গুৱাহাটীৰ পৰা অহা এ এচ টি চিৰ দে চুপাৰ বাছ এখন সোণাৰিস্থিত পৰিবহন নিগমৰ বাছ আস্থানত ৰখায় । সেই সময়ত বাছ আস্থানৰ বিপৰীত দিশত ইউনাইটেড বেংকৰ ওপৰত থকা আৰোহন নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে অত্যাধিক মদ সেৱন কৰি হৈ হাল্লা কৰাৰ লগতে বাছৰ যাত্ৰীক উদ্দেশ্যি অশালীন মন্তব্য কৰে। বহু সময় ধৰি হৈ হাল্লা কৰি থকাৰ খবৰ লাভ কৰি সোণাৰিৰ এগৰাকী সাংবাদিক নিশা ন মান বজাত ঘটনা স্থলীত উপস্থিত হোৱাৰ লগতে আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে সোণাৰি আৰক্ষীৰ এটা দল উপস্থিত হৈ থানাত সোধাপোছাৰ বাবে নিবলৈ ওলোৱাত সাংবাদিক আৰু আৰক্ষীক অপদস্থ কৰে আৰোহনৰ চাৰি কৰ্মচাৰীয়ে। অৱশেষত নিশাই মদ্যপায়ী কৰ্মচাৰীকেইজনক আৰক্ষীয়ে সোণাৰি আটক কৰি আনে থানালৈ । আটকাধীন কৰ্মচাৰী কেইজনেক্ৰমে জয়ন্ত কুমাৰ দাস, প্ৰণৱ হাজৰিকা, বিদ্যুত গায়ন, দিচকু আহমেদ। ইফালে আৰক্ষীয়ে সোমবাৰে মদৰ ৰাগীত মাতাল হৈ উদ্ভণ্ডালী সৃষ্টি কৰা কৰ্মচাৰীকেইজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত ২২৪/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
সোণাৰিত আৰোহণ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ অভৱ্য আচৰণ - সাংবাদিক আৰু আৰক্ষীক অপদস্থ
মহিলাক অভৱ্য আচৰণ কৰাৰ লগতে সাংবাদিক আৰু আৰক্ষীক অপদস্থ কৰাৰ অভিযোগ আৰোহনৰ চাৰি কৰ্মচাৰীৰ বিৰুদ্ধে ৷ ইতিমধ্যে আটক চাৰি কৰ্মচাৰীক ৷
সোণাৰি,19 আগষ্টঃচৰাইদেউ জিলাৰ সদৰ সোণাৰিত আৰোহন বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ তাণ্ডৱ। সোণাৰিৰ আৰোহন নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে অত্যাধিক মদ্যপান কৰি পদপথৰ মহিলা যাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু সাংবাদিকক অপদস্থ কৰে। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া সাত বজাত গুৱাহাটীৰ পৰা অহা এ এচ টি চিৰ দে চুপাৰ বাছ এখন সোণাৰিস্থিত পৰিবহন নিগমৰ বাছ আস্থানত ৰখায় । সেই সময়ত বাছ আস্থানৰ বিপৰীত দিশত ইউনাইটেড বেংকৰ ওপৰত থকা আৰোহন নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে অত্যাধিক মদ সেৱন কৰি হৈ হাল্লা কৰাৰ লগতে বাছৰ যাত্ৰীক উদ্দেশ্যি অশালীন মন্তব্য কৰে। বহু সময় ধৰি হৈ হাল্লা কৰি থকাৰ খবৰ লাভ কৰি সোণাৰিৰ এগৰাকী সাংবাদিক নিশা ন মান বজাত ঘটনা স্থলীত উপস্থিত হোৱাৰ লগতে আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে সোণাৰি আৰক্ষীৰ এটা দল উপস্থিত হৈ থানাত সোধাপোছাৰ বাবে নিবলৈ ওলোৱাত সাংবাদিক আৰু আৰক্ষীক অপদস্থ কৰে আৰোহনৰ চাৰি কৰ্মচাৰীয়ে। অৱশেষত নিশাই মদ্যপায়ী কৰ্মচাৰীকেইজনক আৰক্ষীয়ে সোণাৰি আটক কৰি আনে থানালৈ । আটকাধীন কৰ্মচাৰী কেইজনেক্ৰমে জয়ন্ত কুমাৰ দাস, প্ৰণৱ হাজৰিকা, বিদ্যুত গায়ন, দিচকু আহমেদ। ইফালে আৰক্ষীয়ে সোমবাৰে মদৰ ৰাগীত মাতাল হৈ উদ্ভণ্ডালী সৃষ্টি কৰা কৰ্মচাৰীকেইজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত ২২৪/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
Story-INTOXICATED_YOUTH
Ananta Smith
Sivasagar
19th August
A_SVR_19TH_AUG_801-804_INTOXICATED_YOUTH_7203499
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আৰোহন বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ তাণ্ডৱ। সোণাৰিৰ আৰোহন নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে অত্যাধিক মদ্যপান কৰি পদপথৰ মহিলা যাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু সাংবাদিকক অপদস্থ কৰে। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া সাত বজাত গুৱাহাটীৰ পৰা অহা এই এছ টি চিৰ দে চুপাৰ বাচ এখন সোণাৰিস্থিত পৰিবহন নিগমৰ বাছ আস্থানত ৰখাই। সেই সময়ত বাচ আস্থানৰ বিপৰীত দিশত ইউনাইটেড বেংকৰ ওপৰত থকা আৰোহন নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে অত্যাধিক মদ সেৱন কৰি হৈ হাল্লা কৰাৰ লগতে বাছৰ যাত্ৰীক উদ্দেশ্যি অশালীন মন্তব্য কৰে। বহু সময় ধৰি হৈ হাল্লা কৰি থকাৰ খবৰ লাভ কৰি সোণাৰিৰ এগৰাকী সাংবাদিক নিশা ন মান বজাত ঘটনা স্থলীত উপস্থিত হোৱাৰ লগতে আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে সোণাৰি আৰক্ষীৰ এটা দল উপস্থিত হৈ থানাত সুধাপোছাৰ বাবে নিবলৈ ওলোৱাত সাংবাদিক আৰু আৰক্ষীক অপদস্থ কৰে আৰোহনৰ চাৰি কৰ্মচাৰীয়ে। অৱশেষত নিশাই মদ্যপায়ী কৰ্মচাৰীকেইজনক আৰক্ষীয়ে সোণাৰি থানালৈ আটক কৰি আনে। আটকাধীন কৰ্মচাৰী কেইজন ক্ৰমে জয়ন্ত কুমাৰ দাস, প্ৰণৱ হাজৰিকা, বিদ্যুত গায়ন, দিচকু আহমেদ। ইফালে আৰক্ষীয়ে আজি মদৰ ৰাগীত মাতাল হৈ উদ্ভণ্ডালী সৃষ্টি কৰা কৰ্মচাৰীকেইজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত ২২৪/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
Bite1-আৰক্ষী
Bite2-প্ৰৱন্ধক,আৰোহণConclusion: