ETV Bharat / state

শিৱসাগৰত পতিয়ে ইটাৰে মূৰত মৰিয়াই হত্যা কৰিলে পত্নীক

সন্তানৰ কাপোৰক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা কাজিয়াৰ বাবে পত্নীক ইটাৰে মূৰত মৰিয়াই হত্যা কৰিলে পতিয়ে ৷ হত্যাকাৰী পতিৰ পিতৃয়ে স্বীকাৰ কৰিছে পত্নীক হত্যা কৰাৰ কথা ৷

author img

By

Published : Aug 24, 2019, 9:13 PM IST

শিৱসাগৰত পতিয়ে ইটাৰে মূৰত মৰিয়াই হত্যা কৰিলে পত্নীক

শিৱসাগৰ,24আগষ্টঃ শিৱসাগৰত লোমহৰ্ষক হত্যাকাণ্ড ৷ শিৱসাগৰৰ বকতা নেমুগুৰিৰ বৰপিয়াল হাবি গাঁৱত বৃহস্পতিবাৰে নিশা পাষাণ পতিৰ হাতত প্ৰাণ গ'ল পত্নীৰ ৷ প্ৰাপ্ত তথ্য মতে, সন্তানৰ কাপোৰক কেন্দ্ৰ কৰি সংঘটিত কাজিয়াৰ বাবে বীৰেন গোৱালা নামৰ লোকজনে পত্নীক ইটাৰে মূৰত মৰিয়াই পুখুৰীত পেলাই দিয়ে ৷ পাছত মৃত্যুঞ্জয় সেৱাৰে মহিলাগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত তেখেতৰ মৃত্যু হয় ৷ হত্যাকাৰী পতিৰ পিতৃয়ে ইতিমধ্যে পুত্ৰই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী বীৰেন গোৱালাক ৷

Intro:Body:*শিৱসাগৰত মহিলাক মৰিয়াই হত্যা-আৰক্ষীৰ জালত পত্নী হত্যাকাৰী স্বামী*
Story-MURDER_SIVASAGAR
Ananta Smith
Sivasagar
24th August

A_SVR_24TH_AUG_801-803_MURDER_SIVASAGAR_7203499

শিৱসাগৰৰ বকতা নেমুগুৰিত লোমহৰ্ষক হত্যাকাণ্ড

বকতা নেমুগুৰি বৰপিয়াল হাবি গাঁৱত সংঘটিত এই নৃশংস কাণ্ড

পত্নীক ইটাৰে মূৰত মৰিয়াই পুখুৰীলৈ দলিয়ালে পাষাণ স্বামীয়ে

মুন্নী গোৱালা ( ২৮) নামৰ দুই সন্তানৰ মাতৃক নৃশংস হত্যা কৰে স্বামী বীৰেণ গোৱালাই (৩০)

কালি নিশা সংঘটিত এই জঘন্য কাণ্ড

মৃত্যুঞ্জয় সেৱাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ পাছতে চিকিৎসালয়ত মৃত্যু মুন্নী গোৱালাৰ

সন্তানৰ কাপোৰক কেন্দ্ৰ কৰি সংঘটিত কাজিয়াৰ বাবেই হত্যা মহিলা গৰাকীক

হত্যাকাৰী বীৰেন গোৱালাৰ পিতৃ তথা মুন্নী গোৱালাৰ শহুৰে স্বীকাৰ কৰিছে পুত্ৰই বোৱাৰীয়েকক হত্যা কৰাৰ কথা

শিৱসাগৰ অসামৰিক চিকিৎসালয়তে গ্ৰেপ্তাৰ বীৰেন গোৱালাক

বকতা নেমুগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী বীৰেন গোৱালাক।
Bite- আৰক্ষীConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.