- শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড
- শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত সংঘটিত হয় এই অগ্নিকাণ্ড
- অগ্নিকাণ্ডত কেইবাখনো ঔষধৰ দোকান ভস্মীভূত হয়
- অগ্নি নিৰ্বাপক বাহিনীৰ লোকে নিৰ্বাপন কৰে অগ্নিকাণ্ড
- শ্বট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড - শিৱসাগৰ
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত শুকুৰবাৰৰ নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত কেবাখনো ঔষধৰ দোকান ভস্মীভূত হয় ৷
শিৱসাগৰতনিশা ভয়ংকৰ অগ্নিকাণ্ড
- শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড
- শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত সংঘটিত হয় এই অগ্নিকাণ্ড
- অগ্নিকাণ্ডত কেইবাখনো ঔষধৰ দোকান ভস্মীভূত হয়
- অগ্নি নিৰ্বাপক বাহিনীৰ লোকে নিৰ্বাপন কৰে অগ্নিকাণ্ড
- শ্বট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
Intro:Body:শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ড ৷
নিশা ১২'৩০ বজাত সংঘটিত এই ঘটনা
অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা কেবাখনো ঔষধৰ দোকানত অগ্নিকাণ্ড ।
মেডিচিন চেণ্টাৰ নামৰ এখন ঔষধৰ দোকানত এই অগ্নিকাণ্ডৰ সূত্ৰপাত
অগ্নিকাণ্ডৰ ফলত মেডিচিন চেণ্টাৰ নামৰ দোকান খন সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ লগতে আন কেইবাখনো দোকানৰ ক্ষতি সাধন হয়
অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা
কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ লগতে দৰৱ জ্বলি নি:শেষ হয় ।।
শিৱসাগৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহনে দুঘন্টা চেষ্টা চলোৱাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়
অগ্নিকাণ্ডৰ ফলত চিকিৎসালয়খনৰ ৰোগী আৰু আত্মীয়ৰ মাজত হুৱাদুৱা লাগেConclusion: