শিৱসাগৰ,4মে': শুকুৰবাৰে গৌৰীসাগৰ ধনেখোৱাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ছত্তিশগড়ৰ দান্তেৱাৰাত নক্সালবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা বিপুল বৰাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে শ্বহীদ পৰিয়ালক প্ৰদান কৰে ২০ লাখ টকাৰ চেক । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব বুলিও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদৰ গৃহত উপস্থিত হৈয়ে শ্বহীদ বিপুল বৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশ লৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে । ইপিনে শুকুৰবাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শক্তিমন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক প্ৰদীপ হাজৰিকাও উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷
শ্বহীদ বিপুল বৰাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ চেক
শুকুৰবাৰে শক্তিমন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক প্ৰদীপ হাজৰিকাৰ সৈতে শ্বহীদ বিপুল বৰাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷ শুকুৰবাৰে শ্বহীদগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে শ্বহীদৰ পৰিয়ালক 20 লাখ টকাৰ চেক প্ৰদান কৰে ৷
শিৱসাগৰ,4মে': শুকুৰবাৰে গৌৰীসাগৰ ধনেখোৱাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ছত্তিশগড়ৰ দান্তেৱাৰাত নক্সালবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা বিপুল বৰাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে শ্বহীদ পৰিয়ালক প্ৰদান কৰে ২০ লাখ টকাৰ চেক । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব বুলিও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদৰ গৃহত উপস্থিত হৈয়ে শ্বহীদ বিপুল বৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশ লৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে । ইপিনে শুকুৰবাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শক্তিমন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক প্ৰদীপ হাজৰিকাও উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷
Story-CM_SIVASAGAR
Ananta Smith
Sivasagar
04th May
A_SVR_4TH_MAY_807-808_CM_SIVASAGAR_7203499
গৌৰীসাগৰ ধনেখোৱাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
নক্সালবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা বিপুল বৰাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সোনোৱাল
শ্বহীদ পৰিয়ালক সোনোৱালে প্ৰদান কৰিলে ২০ লক্ষ্য টকাৰ চেক। পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
পৰিয়ালৰ গৃহত উপস্থিত হৈয়ে শ্বহীদ বিপুল বৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশ লৈ বন্তি প্ৰজ্বলন কৰা লগতে মাল্যাৰ্পণ কৰে।
যোৱা ৪ এপ্ৰিলত ছত্তিশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল বিপুল বৰা।
আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শক্তিমন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায়