ETV Bharat / state

মৃত্যু যন্ত্ৰণাত চাৰি বছৰৰ শিৱসাগৰৰ চাহিল

সহায় বিচাৰি জনতাক কাতৰ আহ্বান দৰিদ্ৰ পিতৃ-মাতৃৰ

মৃত্যু যন্ত্ৰণাত চাৰি বছৰৰ শিৱসাগৰৰ চাহিল
author img

By

Published : Mar 18, 2019, 9:30 PM IST

শিৱসাগৰ,18 মাৰ্চ : মগজুৰ জটিল ৰোগত আক্ৰান্ত শিৱসাগৰৰ পকা ঘাটৰ চাৰি বছৰৰ চাহিল আলী ৷ ডিব্ৰুগড় আৰু গুৱাহাটীত বিভিন্ন চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পাচতো কণমানিটোক সুস্থ কৰি তুলিব পৰা নাই দিন হাজিৰা কৰা দৰিদ্ৰ পিতৃ-মাতৃয়ে ৷ শীঘ্ৰেই চাহিলক উন্নত চিকিৎসাৰ বাবে বৰ্হি ৰাজ্যলৈ লৈ যোৱাৰ পৰামৰ্শও দিয়ে চিকিৎসকে৷ কিন্তু চাহিলৰ চিকিৎসাৰ নামত ইতিমধ্যে শেষ হৈছে দৰিদ্ৰ পিতৃ-মাতৃৰ হাতৰ ধন । ব্ৰেইন টিউমাৰত আক্ৰান্ত এই কণমানিটোৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন কেইবালাখ টকাৰ ৷ সেয়েহে উপায়হীন হৈ পৰিছে পিতৃ-মাতৃ ।

মৃত্যু যন্ত্ৰণাত চাৰি বছৰৰ শিৱসাগৰৰ চাহিল

এতিয়া কেৱল আপোনাৰ অকণ সহায়ৰ বাবে বাট চাই ৰৈছে পৰিয়ালবৰ্গ । কোনো সুহৃদ লোকে ইচ্ছা কৰিলে চাহিলৰ পিতৃ চাহিদুৰ আলিৰ *DENA BANK* বেংকত থকাএকাউণ্ট নম্বৰ *173010033576*আৰু IFSC Code *BKDN0911730* ত ধন জমা দি নিশ্চিত মৃত্যুৰ গৰাহৰ পৰা কণমানিটোক ৰক্ষা কৰাৰ দায়িত্ব ল'ব পাৰে । পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ ৯৭০৬৩১১৩৫৭ নম্বৰৰ যোগেদি আপুনি যোগাযোগ কৰিব পাৰিব ৷

শিৱসাগৰৰ এটি কণমানিৰ জটিল ৰোগ:মৃত্যু যন্ত্ৰণাত ককবকাই আছে ৩.৬ বছৰৰ নিষ্পাপ চাহিল:দৰিদ্ৰ পিতৃ মাতৃৰ হাতত নাই এটা ফুটাকৰি:সহায়ৰ আহ্বান

Syory-ILL_BABY
Ananta smith
Sivasagar
18th March

A_SVR_18TH_MAR_801-804_ILL_BABY_ANANTA

কণমানি এটি নিষ্পাপ শিশু।জীৱন কি বুজি পোৱাৰ পূৰ্বেই জীৱনে নিৰ্মম ভাবে বিশ্বাস ঘাটকতা কৰিছে এই শিশুটিক।মগজুৰ এক জটিল ৰোগত আক্রান্ত হৈছে শিৱসাগৰ নগৰৰ পকা ঘাটৰ এই চাহিল আলি নামৰ কণমানিটি।ব্ৰেইন টিউমাৰে শিশুটিৰ জীৱন কাঢ়ি নিয়াৰ দৰে এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।চাহিলৰ পিতৃ দিন হাজিৰা কৰা এক দৰিদ্ৰ শ্ৰমিক।ডিব্ৰুগড় আৰু গুৱাহাটীত বিভিন্ন চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পাছতো কণমানি টোক সুস্থ কৰি তুলিব পৰা নাই।চিকিৎসকে অতি শীঘ্ৰে চাহিলক উন্নত চিকিৎসাৰ বাবে বৰ্হি ৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিছে। চাহিলৰ দৰিদ্ৰ পিতৃ মাতৃৰ হাতত থকা সকলো টকা পইচা  ইতিমধ্যে শেষ হৈছে চাহিলৰ চিকিৎসাৰ ব্যয় বহন কৰি।এনে অৱস্থাত উপায়হীন হৈ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজৰ পৰা সহায় ভিক্ষা কৰিছে।পখিলা খেদা বয়সত জটিল ৰোগত আক্রান্ত এই কণমানিটোৰ চিকিৎসাৰ বাবে এতিয়া কেইবালাখো টকাৰ প্ৰয়োজন।কণমানিটোৰ হেৰাই যোৱা হাঁহি  আপুনি ঘূৰাই আনিব বিচাৰে নেকি?যদি অকণমান সহায় আৰু পৰিয়ালৰ আহবানৰ প্ৰতি আপুনি সঁহাৰি দিয়ে তেন্তে এই কণমানিটোৱে ঘূৰাই পাব হাতৰ মুঠিৰ পৰা ক্ৰমশঃ পিছলি পৰিব ধৰা জীৱনক।সুহৃদ লোকে চাহিলৰ পিতৃ Sahidur Ali ৰ *DENA BANK* বেংকত থকা
Ac no:- *173010033576*
(IFSC Code:- *BKDN0911730*)
 নম্বৰৰ একাউণ্টত ধন জমা দি নিশ্চিত মৃত্যুৰ গৰাহৰ পৰা কণমানিটোক ৰক্ষা কৰাৰ দায়িত্ব লব পাৰে।পৰিয়ালৰ সৈতে যোগাযোগ কৰিব বিচৰা সকলে ৯৭০৬৩১১৩৫৭ নম্বৰত যোগাযোগ কৰি বিপদত পৰা পৰিয়ালটিৰ শিশুটিক উদ্ধাৰ কৰিব পাৰে। আপুনি আগুৱাই আহিবনে?

Bite:আত্মীয়/পিতৃ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.