গোলাঘাট, 11 জানুৱাৰীঃ গোলাঘাটত পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰুধী প্ৰতিবাদ । শুকুৰবাৰ অৰ্থাৎ 10 জানুৱাৰী পৰা আইন বলৱৎ হোৱাৰ পাচতে উত্তাল হৈ পৰে গোলাঘাট । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
আমগুৰিত জনতাৰ হুংকাৰ - আমগুৰিত বিশাল প্ৰতিবাদ
20:06 January 11
গোলাঘাটত প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ
19:14 January 11
নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে ধেমাজি, মৰাণত প্ৰতিবাদী কাৰ্যসূচী ৷ ধেমাজিত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত
ধেমাজি , ১১ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰ ধৰাবাহিক এমাহজোৰা আন্দোলন কেন্দ্ৰই নস্যাৎ কৰি শুকুৰবাৰে আইনখন বলবৎ কৰাক লৈ উত্তাল হৈ পৰে ৰাজ্য ভিন্ন প্ৰান্ত ৷ শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি সদৰত প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
মৰাণ, ১১জানুৱাৰীঃ ৰাজ্যৰ ভিন্নৰ প্ৰান্তৰ লগতে মৰাণতো নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে আহোম গণ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ৷ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মিৰিহোলা উদয়ন সংঘ,উদিত সংঘ,লাচিত নগৰ অৰুণোদয় সংঘ আৰু মিৰিহোলা,মিলনপুৰ,লাচিত নগৰ,হাটখোলা আৰু মৰাণবাসী ৰাইজৰ সহযোগত শনিবাৰে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
আৰু পঢ়কঃ নগাঁৱত চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক
17:36 January 11
আমগুৰি দোপদৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷
আমগুৰি, ১১ জানুৱাৰীঃ আমগুৰি দোপদৰত জনতাৰ চৰকাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত জনতাৰ হুংকাৰ শীৰ্ষক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, লোক-সাংস্কৃতিৰ সাধক কমলা গগৈ, লেখিকা জুৰি শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি ৰাজু চেতীয়া ফুকন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চন্দ্ৰ বৰুৱাৰ লগতে আমগুৰি কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত উপস্থিত থাকে ৷
16:59 January 11
জোনাইত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত
জোনাই, ১১ জানুৱাৰীঃ জোনাইত নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আছু আৰু অসম জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷
আৰু পঢ়কঃ CAA ৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী
15:49 January 11
কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিবাদী কাৰ্যসূচীত ক্ষুৰধাৰ সমালোচনা শাসক পক্ষক
জনীয়া, 11 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কলগাছিয়াত জনতাৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ প্ৰতিবাদ কাৰ্যসূচীত সমাবেত হোৱা হাজাৰ হাজাৰ লোকৰ মাজত প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উদাক্ত ভাষণ প্ৰদান কৰে ৷ অসমীয়া ভাষা সংস্কৃতি চহকী কৰা সংখ্যালঘু জনসাধাৰণক মূল সুঁতিৰ পৰা নানা ধৰণৰ প্ৰৰোচনা আৰু সাম্প্ৰদায়িক বক্তব্যৰে ভাগ ভাগ নকৰিলেবলৈ শাসক পক্ষক সকীয়নি প্ৰদান কৰে মীৰা বৰঠাকুৰে ।
আনহাতে, ড৹ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকক চাচা-মামা কোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ড৹ শৰ্মা সংখ্যালঘুৰ ভাগিন-ভতিজা । বিজেপিৰ খাতাত ভোট নথকা দেখি অসমত বাংলাদেশী হিন্দুক আনিব বিচাৰিছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি নেত্ৰী গৰাকীয়ে ।

VO: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কলগাছিয়াত জনতাৰ প্ৰতিবাদ অনুষ্ঠিত হয়। প্ৰতিবাদ কাৰ্যসূচীত সমাবেত হোৱা হাজাৰ হাজাৰ লোকৰ মাজত সবল প্ৰতিবাদী কন্ঠৰ অধিকাৰী মীৰা বৰঠাকুৰে কাৰ বিৰুদ্ধে উদান্ঠ কন্ঠেৰে ভাষণ প্ৰদান কৰে।অসমীয়া ভাষা সংস্কৃতি চহকী কৰা সংখ্যালঘু জনসাধাৰণক মূল সুঁতিৰ পৰা নানা ধৰণৰ প্ৰৰোচনা আৰু সাম্প্ৰদায়িক বক্তব্যৰে ভাগ ভাগ নকৰিলেবলৈ মীৰা বৰঠাকুৰে শাসক পক্ষক সকিয়নি প্ৰদান কৰে। মীৰা বৰঠাকুৰ কলগাছিয়াত অহাৰ হয়তু বিজেপিয়ে সমালোচনা কৰিব। তাৰ বাবে ঠাকুৰে সৰ্বানন্দ সোণোৱালে নিৰ্বাচনৰ সময়ত কলগাছিয়াত ভোট বিচাৰি আহিছিল বুলি মনত পেলাই দিয়ে। ড৹ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকক চাচা-মামা কোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ড৹ শৰ্মা সংখ্যালঘুৰ ভাগিন-ভতিজা। বিজেপিৰ খাতাত বিজেপিৰ ভোট নথকা দেখি অসমত বাংলাদেশী হিন্দুক আনিব বিচাৰিছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে। ঠাকুৰে আৰু কয় কোনো কাৰণতে হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰা নহ'ব প্ৰয়োজন সাপেক্ষে হিমন্ত-সৰ্বাক বাংলাদেশত থৈ অহা হ'ব। হজৰত মহম্মদ (ছাঃ) পৰিয়াল আৰু সমাজক একত্ৰিত কৰাৰ কথা কৈছে। কিন্তু সম্প্ৰতি বিজেপিৰ প্ৰৰোচনাত হিন্দু-মুছলমানৰ মাজত সংঘাত বৃদ্ধি কৰাৰ বাবে কোৰাণৰো অপব্যাখ্যা কৰা দেখা গৈছে।Conclusion:slug: as_jania_11jan_kalgachia_caa_protest_vis4+byt1+pho1_story_asc10058
Byte: মীৰা বৰঠাকুৰ।
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।