ETV Bharat / state

শিৱসাগৰত আটাছুৰ CAA বিৰোধী "গণ অৱস্থান"

author img

By

Published : Jan 2, 2020, 7:34 PM IST

Updated : Jan 2, 2020, 7:41 PM IST

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত লগতে জিলা সমিতিৰ উদ্যোগত, শিল্পী সমাজ আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত গণ অৱস্থান কার্যসূচী ৰূপায়ন কৰা হয় ।

আটাছুৰ CAA বিৰোধী "গণ অৱস্থান"
আটাছুৰ CAA বিৰোধী "গণ অৱস্থান"

শিৱসাগৰ, 2 জানুৱাৰী: আমাৰ প্ৰথম আৰু শেষ কথা আমি নাগৰিকত্ব সংশোধনী আইন নামানো ৷ যিমানেই CAAক লৈ তৎপৰ হৈ পৰিছে শাসক দল সিমানেই CAA বিৰোধিতাৰে ৰাজ্যৰ আকাশ বতাহ কঁপাই তুলিছে খিলঞ্জীয়াৰ লগতে দল সংগঠনে ৷ বৃহস্পতিবাৰে গণতান্ত্ৰিকভাৱে বিপ্লৱী কন্ঠেৰে CAAৰ বিৰোধিতা কৰি ৰাজপথৰলৈ ওলাই আহিল শিৱসাগৰবাসী ৷ শিৱসাগৰ দ'লমুখ চাৰিআলিৰ সমীপৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তিৰ সন্মুখত পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰবাসীয়ে ।

লগতে পঢ়ক: পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পৃথিৱীৰ বৃহত্তম 'যতঁৰ'

উল্লেখ্য যে, সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত লগতে জিলা সমিতিৰ উদ্যোগত, শিল্পী সমাজ আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত গণ অৱস্থান কার্যসূচী ৰূপায়ন কৰা হয় । CAA ৰ বিৰোধিতাৰে আন্দোলন অব্যাহত ৰাখিবলৈ ৰাইজক আহ্বান জনায় সংগঠনটোৱে ৷ আটাছুৰ এই প্রতিবাদী কাৰ্যসূচীত জিলাখনৰ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভক্তিমূলক গীতৰ সুৰেৰে প্রতিবাদী সভাত ৰাইজক অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ হেতু দলবদ্ধভাৱে থিয় হ'বলৈ আহ্বান জনায় আটাছুই

Intro:Body:*শিৱসাগৰত আটাছুৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৯ বাতিলৰ দাবীত গণ অৱস্হান*

Story-CAA_PROTEST
Ananta Smith
Sivasagar
02nd January

বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰত আজিও অব্যাহত আছে CAA বিৰোধী আন্দোলন । সদৌ তাই আহোম ছাত্ৰ সন্থা ( আটাছু) কেন্দ্ৰীয় সমিতিৰ আহ্বানত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত, শিল্পী সমাজ আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত
নাগৰিকত্ব ( সংশোধনী) আইন বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত গণ অৱস্হান কার্যসূচী ৰূপায়ন । CAA ৰ বিৰোধীতাৰে এই আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান ৰাইজলৈ। আটাছু ৰ এই প্রতিবাদ কাৰ্যসূচীত শিৱসাগৰ ভালেকেইজন ব্যক্তি উপস্থিত থাকে। ভক্তিমূলক গীতৰ সুৰৰে আৰু বিপ্লৱী শব্দৰ ব্যৱহাৰে প্রতিবাদী সভাত ৰাইজক অসমীয়াৰ অতিস্ত ৰক্ষাৰ হেতু দলবদ্ধভাৱে থিয় হ'বলৈ আহ্বান জনায়।

শিৱসাগৰ দ'লমুখ চাৰিআলিৰ সমীপৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তিৰ সন্মুখত পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ সাৱস্ত্য কৰে এই প্ৰতিবাদ ।

Bite : বসন্ত গগৈConclusion:
Last Updated : Jan 2, 2020, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.