ETV Bharat / state

অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন - অসম চিকিৎসা সেৱা সন্থা

১৯৫৮ চনতে গঠন হোৱা অসমৰ চিকিৎসকলৰ অন্যতম অগ্ৰণী অনুষ্ঠান অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন কৰিলে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে ৷ চিকিৎসক সকলৰ স্বাৰ্থ আৰু সুৰক্ষা নিশ্চিত কৰিবৰ বাবে গঠন হৈছিল অসম চিকিৎসা সেৱা ৷

অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Nov 6, 2019, 1:12 PM IST

শিৱসাগৰ, 6 নৱেম্বৰঃ ১৯৫৮ চনত অসমৰ চিকিৎসক সকলৰ স্বাৰ্থ আৰু সুৰক্ষা নিশ্চিত কৰিবৰ বাবে গঠন হৈছিল অসম চিকিৎসা সেৱা সন্থাৰ । অসমৰ চিকিৎসক সকলৰ বাবে বিভিন্ন সময়ত যুঁজ দি অহা এই সন্থাই নব্বৈৰ দশকত চিকিৎসক সকলৰ স্বাৰ্থত এক তীব্ৰ আন্দোলন গঢ়ি তুলি ১৭ দফীয়া দাবী পূৰণ কৰিবলৈ চৰকাৰক বাধ্য কৰিছিল । তাৰ পাছৰে পৰা প্ৰতি বছৰে অসম চিকিৎসা সেৱা সন্থাই ৬ নৱেম্বৰ তাৰিখে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে ।

শিৱসাগৰত অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
বুধাবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত সন্থাই উদযাপন কৰে প্ৰতিষ্ঠা দিৱস । চিকিৎসক,নাৰ্চ,স্বাস্থ্যকৰ্মী আদি সকলো সমবেত হৈ অসম চিকিৎসা সেৱা সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ বিষয়ববীয়া উদয়াদিত্য ৰাজকোঁৱৰে । অসমৰ সকলো চিকিৎসকৰ স্বাৰ্থ সুৰক্ষিত কৰি যোৱাৰ লগতে সেৱাৰ মানদণ্ড উন্নত কৰিবৰ বাবে সন্থাই অহৰ্নিশ চেষ্টা কৰা বুলি সন্থাৰ সহকাৰী সম্পাদক ৰূপম বৰকাকতিয়ে জানিবলৈ দিয়ে ‌। লগতে তেওঁ চৰকাৰক অনতিপলমে খালী হৈ থকা পদ সমূহ পূৰণৰ লগতে নৱ গঠিত জিলা সমূহত চিকিৎসা প্ৰশাসনিক বিষয়া নিয়োগ কৰাৰো দাবী উত্থাপন কৰে ।

লগতে চাওকঃ

Intro:Body:*শিৱসাগৰত অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন*
Story-AMSA_DAY
Ananta Smith
Sivasagar
06th November

১৯৫৮ চনত অসমৰ চিকিৎসক সকলৰ স্বাৰ্থ আৰু সুৰক্ষা নিশ্চিত কৰিবৰ বাবে গঠন হৈছিল অসম চিকিৎসা সেৱা সন্থাৰ।অসমৰ চিকিৎসক সকলৰ বাবে বিভিন্ন সময়ত যুঁজ দি অহা এই সন্থাই নব্বৈ দশকত চিকিৎসকৰ স্বাৰ্থত এক তীব্ৰ আন্দোলন গঢ়ি তুলি ১৭ দফীয়া দাবী পূৰণ কৰিবলৈ চৰকাৰক বাধ্য কৰে।তাৰ পাছৰে পৰা প্ৰতি বছৰে অসম চিকিৎসা সেৱা সন্থাই ৬ নৱেম্বৰ তাৰিখে সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে।

আজি শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত সন্থাই উদযাপন কৰে প্ৰতিষ্ঠা দিৱস।চিকিৎসক,নাৰ্চ,স্বাস্থ্যকৰ্মী আদি সকলো সমৱেত হৈ অসম চিকিৎসা সেৱা সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ বিষয়ববীয়া উদয়াদিত্য ৰাজকোঁৱৰে।অসমৰ সকলো চিকিৎসকৰ স্বাৰ্থ সুৰক্ষিত কৰি যোৱাৰ লগতে সেৱাৰ মানদণ্ড উন্নত কৰিবৰ বাবে সন্থাই অহৰ্নিশ চেষ্টা কৰা বুলি সন্থাৰ সহকাৰী সম্পাদক ৰূপম বৰকাকতিয়ে জানিব দিয়ে‌।লগতে তেওঁ চৰকাৰক অনতিপলমে খালী পদ পূৰণৰ লগতে নৱ গঠিত জিলা সমূহত চিকিৎসা প্ৰশাসনিক বিষয়া নিয়োগ কৰাৰ দাবী উত্থাপন কৰে।

Bite-ডাঃ ৰূপম বৰকাকতিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.