ETV Bharat / state

"অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি"ৰ ঘোষণা - অঞ্জন দত্ত

দৰিদ্ৰ তথা মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে সকাহ দিয়াৰ লক্ষ্যৰে ঘোষণা "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি" ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫% বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব এই বৃত্তি ৷

অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি
author img

By

Published : Jul 9, 2019, 1:19 PM IST

আমগুৰি,৯ জুলাই: দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে সকাহ দিয়াৰ লক্ষ্যৰে ঘোষণা "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি" ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫% বা তাতোধিক নম্বৰ লাভ কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ আমগুৰি সমষ্টিৰ স্থায়ী বাসিন্দা তথা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব এই বৃত্তি ৷ আবেদনকাৰীসকলৰ পৰা বাচনি হোৱা 20গৰাকী শিক্ষাৰ্থীক পাঁচ হাজাৰকৈ সৰ্বমুঠ এক লাখ প্ৰদান কৰা হ'ব। মঙলবাৰে আমগুৰিৰ কনফাৰেঞ্চ হ'লত এক সংবাদমেল আয়োজন কৰি এই ঘোষণা কৰে জীয়ৰী অংকিতা দত্তই ৷

অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি

আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলে বি,পি,এল কাৰ্ডৰ প্ৰতিলিপি,আয়ৰ প্ৰমাণ পত্ৰ,উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বীট,চাৰ্টিফিকেটৰ প্ৰত্যায়িত প্ৰতিলিপি আৰু একপি পাছপ'ৰ্ট ফটো গাঁঠি দিব লাগিব বুলি ঘোষণা অংকিতা দত্তৰ ৷ অহা ৮ আগষ্টৰ ভিতৰত এ ডি টাৱাৰ,এন এইচ ৩৭, লালমাটি গুৱাহাটী ঠিকনাত অৰ্থাৎ teamanjandutta@gmail.com ত প্ৰেৰণ কৰিব পাৰিব আৱেদন । এই সন্দৰ্ভত অধিক জানিবৰ বাবে ম'বাইল ৯৬১৩৫-৮৯৮৬৯, ৯৭০৬৩-৮৪৫৪২ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Intro:Body:অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তিৰ বাবে
আৱেদন পত্ৰ আহ্বান

আমগুৰি, ৯ জুলাই:
দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে সকাহ দিয়াৰ বাবে গঠন কৰে অঞ্জন দত্ত ফাউণ্ডেশ্বনৰ ন্যাসৰক্ষীৰ হৈ প্ৰয়াত দত্তৰ কন্যা অংকিতা দত্তই আমগুৰিত এক সংবাদমেলৰ আয়োজন কৰে। আমগুৰি কনফাৰেঞ্চ হ'লত অনুষ্ঠিত সংবাদমেলত অংকিতা দত্তই কয় যে "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি" উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫/ বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক আৰ্থিকভাৱে সহায় কৰা হ'ব। ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ স্থায়ী বাসিন্দা হোৱা শিক্ষাৰ্থীক এই বৃত্তি প্ৰদান কৰা হব বুলি উল্লেখ কৰি বাচনি হোৱা বিশজন শিক্ষাৰ্থীক পাচ হাজাৰকৈ সৰ্বমুঠ এক লাখ প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে। সংবাদমেলতে অংকিতা দত্তই কয় যে আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলে বি,পি,এল কাৰ্ডৰ প্ৰতিলিপি, আয়ৰ প্ৰমাণ পত্ৰ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বীট, চাৰ্টিফিকেটৰ প্ৰত্যায়িত প্ৰতিলিপি আৰু একপি পাছপ'ৰ্ট ফটো গাঁঠি দিব লাগিব। অহা ৮ আগষ্টৰ ভিতৰত আৱেদন পত্ৰ এ ডি টাৱাৰ, এন এইচ ৩৭, লালমাটি গুৱাহাটী ঠিকনাত জমা দিব লাগিব। এই সন্দৰ্ভত অধিক জানিবৰ বাবে ম'বাইল ৯৬১৩৫-৮৯৮৬৯, ৯৭০৬৩-৮৪৫৪২নম্বৰত যোগাযোগ কৰিব পাৰিব।আৱেদন পত্ৰ teamanjandutta@gmail.com ত প্ৰেৰণ কৰিব পাৰিব।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.