ETV Bharat / state

জলসম্পদ বিভাগৰ কৃপাত পানীৰ মাজত জীৱন কটাইছে 65 টা পৰিয়ালে - পাইলট প্ৰজেক্ট

জলসম্পদ বিভাগৰ দুৰ্বলতাৰ বাবেই আমগুৰি সমষ্টিৰ মোকালনিত জলবন্দী হৈ আছে প্ৰায় ৬৫ টাকৈ পৰিয়াল ৷ টুলুঙা নাৱেৰেই বানৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হৈছে স্থানীয় লোক ৷

বছৰটোৰ ৮ মাহেই পানীত বুৰ গৈ আছে আমগুৰি অঞ্চল

author img

By

Published : Sep 30, 2020, 9:53 AM IST

আমগুৰি, ৩০ ছেপ্টেম্বৰ: আমগুৰি সমষ্টিত বৰ্তমানলৈ ৬টাকৈ বিধ্বংসী বানে জুৰুলা কৰিছে সমগ্ৰ অঞ্চল ৷ চৰম দুৰ্ভোগত ভুগিছে মোকালনি মিছিং গাঁওবাসী ৷ বছৰৰ ষষ্ঠটো বানে অঞ্চলটোলৈ নমাই আনিছে অমানিশা ৷ উল্লেখ্য যে,খোৱাপানী, আৰু এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

বছৰটোৰ ৮ মাহেই পানীত বুৰ গৈ আছে আমগুৰি অঞ্চল
বছৰটোৰ ৮ মাহেই পানীত বুৰ গৈ আছে আমগুৰি অঞ্চল

এই অঞ্চলটো বছৰৰ ৮ মাহেই পানীত বুৰ গৈ থাকে ৷ জলসম্পদ বিভাগৰ দুৰ্বলতাৰ বাবেই আমগুৰি সমষ্টিৰ মোকালনিত জলবন্দী হৈ আছে প্ৰায় ৬৫ টাকৈ পৰিয়াল ৷ টুলুঙা নাৱেৰেই বানপানীৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হৈছে স্থানীয় লোক ৷

ইপিনে অফলাৰ পৰা জাঁজীমুখ পৰ্যন্ত পাইলট প্ৰজেক্টৰ আঁচনিক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাকলৈ ক্ষোভিত হৈ পৰিছে মোকালনিবাসী। ইফালে বৰ্তমানলৈ এইসকল বন্যাৰ্তৰ খবৰ ল'বলৈ আহৰি পোৱা নাই শিৱসাগৰ জিলা প্ৰশাসনে।

লগতে পঢ়ক :যোৰহাট জিলা পৰিষদৰ আজৱ কাণ্ড !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.