ETV Bharat / state

কৃষক সন্মান নিধি সভাত পৰ্যাপ্ত সুবিধা নোপোৱা অভিযোগ আমগুৰি কৃষকৰ - Amguri farmer complains

ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী স্মৃতিত 'সুশাসন দিৱস' উপলক্ষে আমগুৰিৰ পেঙেৰা পঞ্চায়ত আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সভা ৷

Amguri farmer complains of not getting enough facilities at Kisan Samman Nidhi Meeting
কৃষক সন্মান নিধি সভাত পৰ্যাপ্ত সুবিধা নোপোৱা অভিযোগ আমগুৰি কৃষকৰ
author img

By

Published : Dec 25, 2020, 2:01 PM IST

Updated : Dec 25, 2020, 2:10 PM IST

আমগুৰি, 25 ডিচেম্বৰ: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান ক্ৰমে শিৱসাগৰ জিলাৰ আমগুৰিত অনুষ্ঠিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সভাত কেইবাটাও গুৰুত্বৰ অভিযোগ তুলিছে আমগুৰি কৃষকে সকলে ৷ উল্লেখ্য যে, ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী স্মৃতিত 'সুশাসন দিৱস' উপলক্ষে আমগুৰিৰ পেঙেৰা পঞ্চায়ত আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সভা ৷

কৃষক সন্মান নিধি সভাত পৰ্যাপ্ত সুবিধা নোপোৱা অভিযোগ আমগুৰি কৃষকৰ

উক্ত সভাতে চৰকাৰে দেশৰ কৃষক সকলে পৰ্যাপ্ত সুবিধা প্ৰদান নকৰাৰ অভিযোগ তুলিছে অঞ্চলটোৰ কৃষক সকলে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপ অনুষ্ঠানত কৃষক সকলক ৰ'দত বহুৱাই অপমানিত কৰে বুলি ক্ষোভ প্ৰকাশ কৰে কৃষক সকলে ৷ এই ক্ষেত্ৰত কৃষক সকলে শিৱসাগৰ জিলাৰ উপায়ুক্তক এক অভিযোগস পত্ৰও দাখিল কৰা কথাও জানিবলৈ দিছে ৷

উল্লেখ্য যে, সভাত আমগুৰি উন্নয়ন খণ্ডৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক:পুনৰ বিপদৰ আশংকা কৰি নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ

Last Updated : Dec 25, 2020, 2:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.