ETV Bharat / state

এইবাৰ অসমত নীৰৱ মোডী !

author img

By

Published : Mar 14, 2019, 9:00 PM IST

পঞ্জাৱ নেশ্বনেল বেংকৰ পৰা ভুৱা চেকেৰে সৰকালে 62 লাখকৈ টকা

কোন অসমৰ নীৰৱ মোডী

শিৱসাগৰ, 14 মাৰ্চ - শিৱসাগৰ জিলাৰ চেপন চকলীয়াৰ পঞ্জাৱ নেশ্বনেল বেংকৰ পৰা ভুৱা চেক যোগে স্থানীয় ব্যক্তিয়ে সৰকালে 62 লাখকৈ টকা ৷

1 নং চকলীয়া গাঁৱৰ নিবাসী ব্যক্তিগত গাড়ীচালক ফাৰুক আলিয়ে বুধবাৰে গুৱাহাটীৰ নৱৰং ৰয় মেটেল প্ৰাইভেট লিমিটেড নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানে প্ৰদান কৰা দুখনকৈ চেক বেংকটোত জমা কৰে । চেক দুখন এই বেংকত জমা দি বেংকটোৰ পৰা নগদ 62 লাখ টকা লৈ যোৱাৰ উপৰিও বাকী থকা টকাখিনি অন্য এটা একাউণ্টত জমা কৰে ব্যক্তিজনে ।

কোন অসমৰ নীৰৱ মোডী

আনহাতে নৱৰং ৰয় মেটেল প্ৰাইভেট লিমিটেড নামৰ বহুজাতিক কোম্পানীটোৱে তেওঁলোকৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়াই নিয়াৰ সম্ভেদ পাই স্থানীয় আৰক্ষী থানাত খবৰ দিয়ে । বৃহস্পতিবাৰে দিনৰ ভাগত গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ দলটোৱে ডিব্ৰুগড় জিলাৰ সহকাৰী আৰক্ষী অধীক্ষকৰ সৈতে বেংকটোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে , বেংক কৰ্তৃপক্ষই সকলো নথিপত্ৰ পৰীক্ষা কৰাৰ পাচতো ফাৰুক আলিয়ে কিদৰে বৃহৎ সংখ্যক ধন মোকলাই নিলে সেইয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব । আনহাতে এই ঘটনাত বেংকৰ পৰিচালকৰ লগতে আন কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

ডিমৌ সমীপৰ চেপন চকলীয়াৰ পঞ্জাৱ নেচনেল বেংকৰ পৰা ভুৱা চেকেৰে সৰকালে ৬২ লাখ টকা। তদন্ত অব্যাহত।
Story-BANK_HORLUKI
Ananta smith
Sivasagar
13th March

A_SVR_13TH_MAR_808-810_BANK_HORLUKI_ANANTA

শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ চেপন চকলীয়াস্থিত পাঞ্জাৱ নেচনেল বেংকৰ পৰা স্থানীয় এজন ব্যক্তিয়ে বুধবাৰে ভুৱা চেকযোগে সৰকালে ৬২ লাখ টকা। ১নং চকলীয়া গাঁৱৰ নিবাসী তথা ব্যক্তিগত গাড়ীচালক ফাৰুক আলি নামৰ এই ব্যক্তিজনে গুৱাহাটীৰ নৱৰং ৰয় মেটেল প্ৰাইভেট লিমিটেড নামৰ এটা ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা দুখন চেক যোগে সৰ্বমুঠ ২ কোটি ৩০ লাখ টকা লাভ কৰিছিল। বুধবাৰে পুৱা ১১ বজাত ফাৰুক আলিয়ে উক্ত চেক দুখন এই বেংকত জমা দি নগদ ৬২ লাখ টকা লৈ উধাও হয়। ইয়াৰ উপৰিও বাকী থকা টকাখিনি ফাৰুক আলীয়ে অন্য এটা একাউণ্টত জমা কৰে। ইয়াৰ পাছতে বহুজাতিক কোম্পানীটোৰ পৰা বৃহৎ পৰিমাণৰ ধন তেওঁলোকৰ একাউণ্টৰ পৰা উঠাই লৈ যোৱাৰ সম্ভেদ পাই প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া সকলে লগে লগে স্থানীয় আৰক্ষী থানাত খবৰ দিয়ে। আজি দিনৰ ভাগত গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ দলটোৱে ডিব্ৰুগড় জিলাৰ সহকাৰী আৰক্ষী অধীক্ষকৰ সৈতে বেংকটোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে বেংক কৰ্তৃপক্ষই সকলো নথিপত্ৰ চোৱাৰ পিছতো কিদৰে ফাৰুক আলিয়ে কিদৰে বৃহৎ সংখ্যক ধন মোকোলাই নিলে সেইয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। আনহাতে এই ঘটনাত বেংকৰ পৰিচালকৰ লগতে আন কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Bite-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.