ETV Bharat / state

আমগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪০০০ লিটাৰ চুলাই - Sulai Destroyed by Amguri Police

দেওৰজাত আমগুৰি আৰক্ষীৰ চুলাই বিৰোধী অভিযান ৷ উক্ত অভিযানত দেওৰজাৰ বসন্ত গগৈ নামৰ লোকজনৰ বাসগৃহত আৰক্ষীয়ে নষ্ট কৰিছে ৪০০০ লিটাৰ চুলাই ৷

Sulai Destroyed by Amguri Police
আমগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪০০০ লিটাৰ চুলাই
author img

By

Published : Jun 14, 2021, 10:29 AM IST

আমগুৰি,১৪ জুন : ৰাজ্যত অপকাৰ্যৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ সমান্তৰালকৈ আমগুৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে চুলাই বিৰোধী অভিযান ৷ মাটিৰ তলত, ঘৰৰ ভিতৰত লুকুৱাই ৰখা ড্ৰামত উদ্ধাৰ হৈছে হাজাৰ হাজাৰ লিটাৰ চুলাই ৷

আমগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪০০০ লিটাৰ চুলাই

আমগুৰি আৰক্ষীৰ এক অভিযানত দেওৰজা অঞ্চলৰ পৰা উদ্ধাৰ হৈছে ড্ৰামে ড্ৰামে চুলাই ৷ দেওৰজাৰ বসন্ত গগৈৰ বাসগৃহত আৰক্ষীয়ে নষ্ট কৰিছে ৪০০০ লিটাৰ চুলাই ৷ উল্লেখ্য যে, অস্বাস্থ্যকৰভাৱে পৰিত্যক্ত স্থানত চুলাই বেপাৰীজনে প্ৰস্তুত কৰি আহিছিল বৰবিহ সদৃশ চুলাই ।

আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত চলা এক অভিযানত উদ্ধাৰ হৈছে চুলাইখিনি ৷ আবকাৰী বিভাগে আমগুৰিৰ বিভিন্ন অঞ্চলত অভিযান চলাই আহিছে যদিও একাংশ চুলাই বেপাৰীয়ে কোনো কেৰেপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক : চিণ্ডিকেটৰ বিৰুদ্ধে CBI তদন্তৰ কমলাক্ষ দে’ পুৰকায়স্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.