ETV Bharat / state

দেবব্ৰত শইকীয়াৰ ফৈদ পাণ্ডৱ আৰু বাকীবোৰ কৌৰৱঃ ৰূপজ্যোতি কুৰ্মী

author img

By

Published : Nov 21, 2019, 2:22 PM IST

বুধবাৰে নলবাৰীৰ ৰাস মহোৎসৱ উপভোগ কৰিলে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ বিৰোধী দলপতিগৰাকীৰ লগত উপস্থিত থাকে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী ৷

ৰূপজ্যোতি কুৰ্মী

নলবাৰী, 21 নৱেম্বৰঃ " মহাভাৰত ৰণত পাণ্ডৱৰ পাঁচজনে যিদৰে কৌৰৱৰ বিৰুদ্ধে জয়ী হৈছিল ৷ ঠিক একদৰে আমিও জয়ী হ'ম ৷ কাৰণ তেওঁলোক ধৰ্মৰ পক্ষত আছিল ! আমিও ধৰ্মত আছো " -এই মন্তব্য মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

ৰূপজ্যোতি কুৰ্মী মন্তব্য

ব্যস্ততাপূৰ্ণ ৰাজনৈতিক জীৱনৰ পৰা সময় উলিয়াই বুধবাৰে নলবাৰীত ৰাস মহোৎসৱ উপভোগ কৰিলে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে ৷ ৰাস মহোৎসৱত নেতা কেইগৰাকীৰ লগতে উপস্থিত থাকে কংগ্ৰেছৰ অনান্য দলীয় কৰ্মী ৷

দেবব্ৰত শইকীয়াৰ মন্তব্য

লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত জোঁৰ সমদল

ৰাস মহোৎসৱত উপস্থিত থাকি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দলীয় বিসম্বাদ সন্দৰ্ভত মন্তব্য কৰে ৷ তেওঁ কয় যে, মহাভাৰতৰ ৰণত পাণ্ডৱৰ পাঁচজনে যিদৰে কৌৰৱৰ বিৰুদ্ধে জয়ী হৈছিল ৷ ঠিক একদৰে আমিও জয়ী হ'ম ৷ কাৰণ তেওঁলোক ধৰ্মত আছিল ! আমিও ধৰ্মত আছো ৷ আগন্তুক দিনবোৰত দলীয় বিসম্বাদ সমূহ সমাপ্ত কৰি একলগে কংগ্ৰেছ দলক আগুৱাই লৈ যোৱাৰ চেষ্টা চলোৱা হ'ব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ কেৱ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, আগন্তুক বিধানসভাৰ শীতকালীন অধিৱেশনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী সাব্যস্ত কৰিব কংগ্ৰেছ দলে ৷

নলবাৰী ৰাস মহোৎসৱত দেবব্ৰত শইকীয়া

ইপিনে, ৰাস মহোৎসৱত উপস্থিত থাকি দলীয় বিসম্বাদ সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷

Intro:নলবাৰী ৰাস মহোৎসৱত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ বিধায়ক ৰূপজ্যোতি কুৰ্মী।Body:নলবাৰীত ৰাস উপভোগ কৰিলে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ।বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু আবু তাহেৰ বেপাৰী সমন্বিতে সদলবলে উপস্থিত হল ৰাস মহোৎসবত । আৰু ৰাস মহোৎসব দৰ্শন কৰি ক'লে নলবাৰীৰ ৰাস অনন্য । সুকীয়া আকৰ্ষণ থকা নলবাৰীৰ ৰাস মহোৎসবৰ পৰাই ক'লে সত্ৰীয়া সংস্কৃতিৰ পিঠস্থান মাজুলী বাসীৰ ওচৰত কন্ঠশিল্পী বাবুক ক্ষমা খুজিবলৈ আহ্বান জনালে । ইপিনে দলীয় বিসম্বাদ সম্পৰ্কে মুখ নুখুলিলে দেবব্ৰত শইকীয়াই । ইপিনে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নলবাৰীৰ ৰাসৰ প্ৰশংসা কৰাৰ লগতে কেব সম্পৰ্কে শীতকালীন অধিবেশনত দলবদ্ধ ভাবে প্ৰতিবাদ কৰিব বুলি মন্তব্য কৰে । একেদৰে দলীয় লবীকেন্দ্ৰীক ৰাজনীতি সম্পৰ্কে দেবব্ৰত শইকীয়া পন্থীক পাণ্ডব আৰু বাকীবোৰক কৌৰব আখ্যা দি কয় যে পাণ্ডবৰ জয় নিশ্চিত ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.