ETV Bharat / state

বিজেপিৰ সমদললৈ যোৱা বাহন দুৰ্ঘটনাত পতিত

author img

By

Published : Mar 17, 2021, 9:17 PM IST

বৰক্ষেত্ৰীৰ চকীৰঘাটত বিজেপিৰ সমদললৈ যোৱা টেম্প’ এখন নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় । ইপিনে দুৰ্ঘটনাটোত দহগৰাকী লোক আহত‌ হয় বুলি জানিব পৰা গৈছে ।

নলবাৰীত বিজেপিৰ সমদললৈ যোৱা বাহন দুৰ্ঘটনাত পতিত

নলবাৰী,17 মাৰ্চ: মুকালমুৱাত বিজেপিৰ সমদলৰ পৰা গৈ থকা বাহন দুৰ্ঘটনাত পতিত । বৰক্ষেত্ৰীৰ চকীৰঘাটত বিজেপিৰ সমদললৈ যোৱা এখন টেম্প’ নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় । ইপিনে দুৰ্ঘটনাটোত দহ গৰাকী লোক আহত‌ হয় ৷ গুৰুতৰভাৱে আহত তিনিজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ৷

সম্প্ৰতি আহত লোকসকলক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰাইছে ৷ আহত আটাইকেইজনৰ ঘৰ দৌলাশালত বুলি জানিব পৰা গৈছে । লোককেইজন বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ মনোনয়ন দাখিল কৰিবলৈ যোৱা সমদলত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছে ।

লগতে পঢ়কঃ জিতু গোস্বামীৰ হৈ বঢ়মপুৰত প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.