ETV Bharat / state

75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নলবাৰীত কয়দীৰ স্বাধীনতাৰ জয়গান - কয়দীয়ে গালে স্বাধীনতাৰ জয়গান

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসক লৈ ব্যাপক উছাহ দেখা গ’ল নলবাৰী জিলা কাৰাগাৰত থকা কয়দীসকলৰ মাজত । ক্ষণিকৰ বাবে মুকলি আকশৰ তললৈ আহি গালে ভাৰত মাতাৰ জয়গান (Prisoners Rally in Nalbari) ।

Prisoners Rally in Nalbari
75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নলবাৰীত কয়দীৰ স্বাধীনতাৰ জয়গান
author img

By

Published : Aug 14, 2022, 9:40 PM IST

নলবাৰী, 14 আগষ্ট : ভাৰতবৰ্ষৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তি (75th Years of Independence) ৷ স্বাধীন ভাৰতে ভৰি দিব 76 বছৰত ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সাক্ষী হৈছে সমগ্ৰ দেশৰ জনতা ৷ দেশজুৰি পালিত হৈছে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচী (Har Ghar Tiranga) ৷

75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নলবাৰীত কয়দীৰ স্বাধীনতাৰ জয়গান

স্বাধীনতাৰ এই পবিত্ৰ ক্ষণত নলবাৰীৰ ৰাজপথত দেখা গ’ল এক বিপৰীত ছবি ৷ দেওবাৰে ক্ষণিকৰ বাবে হ’লেও মুকলি আকাশৰ তললৈ আহিল নলবাৰী জিলা কাৰাগাৰৰ কিছু কয়দী (Prisoners Rally in Nalbari) । জেইল কৰ্তৃপক্ষৰ সৈতে একেলগে কয়দীয়ে গালে স্বাধীনতাৰ জয়গান ।

উল্লেখ্য যে, দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসক লৈ নলবাৰীত কাৰাগাৰৰ কয়দীসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ । আনকি কয়দীসকলে ৰাজপথত শোভাযাত্ৰা বাহিৰ কৰি দিলে বন্দে মাতৰম, ভাৰত মাতা কি জয় ধ্বনিও ।

লগতে পঢ়ক : সোমবাৰে কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.