নগাঁও, 5 মে': ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত 10 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এনচিচিৰ প্ৰশিক্ষণ শিবিৰ ৷ বিগত 2 মে' ৰ পৰা আৰম্ভ হোৱা শিবিৰত আংশগ্ৰহণ কৰিছে অসম আৰু অৰুণাচলৰ 556 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷ বিভিন্ন শাৰীৰিক অনুশীলনৰ লগতে যোগ আদিৰ প্ৰশিক্ষণৰ জৰিয়তে এজন সুনাগৰিক আৰু ভৱিষ্যতে দেশ ৰক্ষাৰ বাবে যাতে এজন উপযুক্ত সৈনিক হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গঢ়ি তুলিব পাৰি তাৰেই উদ্দেশ্যেৰেই এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে এনচিচিৰ বিষয়াসকলে ৷
ধিঙৰ নৱোদয় বিদ্যালয়ত এনচিচি প্ৰশিক্ষণ শিবিৰ - অসম নিউজ
প্ৰশিক্ষণৰ জৰিয়তে এজন সুনাগৰিক আৰু ভৱিষ্যতে দেশ ৰক্ষাৰ বাবে যাতে এজন উপযুক্ত সৈনিক হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গঢ়ি তুলিব পাৰি তাৰেই উদ্দেশ্যেৰেই এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে এনচিচিৰ বিষয়াসকলে ৷
জৱাহাৰ নবোদয় বিদ্যালয়
নগাঁও, 5 মে': ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত 10 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এনচিচিৰ প্ৰশিক্ষণ শিবিৰ ৷ বিগত 2 মে' ৰ পৰা আৰম্ভ হোৱা শিবিৰত আংশগ্ৰহণ কৰিছে অসম আৰু অৰুণাচলৰ 556 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷ বিভিন্ন শাৰীৰিক অনুশীলনৰ লগতে যোগ আদিৰ প্ৰশিক্ষণৰ জৰিয়তে এজন সুনাগৰিক আৰু ভৱিষ্যতে দেশ ৰক্ষাৰ বাবে যাতে এজন উপযুক্ত সৈনিক হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গঢ়ি তুলিব পাৰি তাৰেই উদ্দেশ্যেৰেই এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে এনচিচিৰ বিষয়াসকলে ৷
Intro:ধিঙৰ জৱাহাৰ নবোদয় বিদ্যালয়ত NCC ৰ প্ৰশিক্ষণ শিবিৰ ।Body:ধিঙৰ জৱাহাৰ নবোদয় বিদ্যালয়ত 10 দিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে NCC ৰ প্ৰশিক্ষণ শিবিৰ ৷ যোৱা 2 মে' ৰ পৰা আৰম্ভ হোৱা শিবিৰত আংশগ্ৰহণ কৰিছে অসম আৰু অৰুনাচলৰ 556 ছাত্ৰ ছাত্ৰীয়ে ৷ বিভিন্ন শাৰিৰীক, যোগা আদি প্ৰশিক্ষণৰ লগতে এজন ভাল নাগৰিক আৰু ভবিষ্যতে দেশ ৰক্ষাৰ বাবে যাতে এজন উপযুক্ত সৈনিক হিচাপে ছাত্ৰ ছাত্ৰী সকলক গঢ়ি তুলিব পাৰি তাৰ উদ্দেশ্যেৰেই এই NCCপ্ৰশিক্ষনৰ আয়োজন কৰা হৈছে বুলি NCCৰ বিষয়া সকলে জানিব দিছে ৷__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion: