ETV Bharat / state

নৰেন্দ্ৰ মোডী হিটলাৰৰ নতুন অৱতাৰঃ নীলমণি সেন ডেকা - Narendra Modi is New Hitlar: Nilamani sen Deka

নলবাৰীত কেন্দ্ৰীয় চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী সভা ৷ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা ৷

নৰেন্দ্ৰ মোডী হিটলাৰৰ নতুন অৱতাৰঃ নীলমণি সেন ডেকা
author img

By

Published : Nov 8, 2019, 6:59 PM IST

নলবাৰী, 8 নৱেম্বৰঃ নলবাৰীত কেন্দ্ৰীয় চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী সভা ৷ যোৱা 4 নৱেম্বৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অবিনাশ পাণ্ডেই সংবাদমেল সম্বোধন কৰি দেশজুৰি প্ৰতিবাদ কৰাৰ কথা অৱগত কৰিছিল ৷ সেই মৰ্মে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ৷ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা ৷ মন্ত্ৰীজনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হিটলাৰৰ নতুন অৱতাৰ বুলি আখ্যা দি কয় যে, এইখন চৰকাৰ ৰাইজক প্ৰতৰণা কৰা শোষণ কৰা ভ্ৰষ্টাচাৰী চৰকাৰ ৷

নৰেন্দ্ৰ মোডী হিটলাৰৰ নতুন অৱতাৰঃ নীলমণি সেন ডেকা

ইফালে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা এইবৰ্ষৰ বাজেটক বাস্কেটত পেলাবলগীয়া বাজেট বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীজনে ৷ ইয়াৰোপৰি তেওঁ ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে, ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰিব নালাগে, ধৰ্ম কৰা মানুহে মুখ্যমন্ত্ৰী অথবা বিত্ত মন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰীৰ পদ ল’ব নালাগে ৷ চৰকাৰক কটাক্ষ কৰি তেওঁ আৰু কয় যে, এইখন চৰকাৰে এটা হাতী ধৰিব নোৱাৰে চোৰ ক’ত ধৰিব ৷ লগতে মুখ্যমন্ত্ৰীয়ে বলিয়া জন্তু এৰি দিয়া বুলি শিলাদিত্য দেৱক তীব্ৰ সমালোচনা কৰে নীলমণি সেন ডেকাই ৷

আৰু পঢ়কঃ 244(ক) ৰূপায়ণৰ বাবে স্বায়ত্ব শাসিত পৰিষদে গ্ৰহণ কৰা প্ৰস্তাৱ এখন নাটকঃ লাইচান ইংলেং

Intro:নলবাৰীত কেন্দ্ৰীয় চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী সভা।

Body:নলবাৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণত্মক মন্তব্য নীলমণি সেন ডেকাৰ।

#@এইখন চৰকাৰে ৰাইজক প্ৰতৰণা ,শোষণ কৰে।
##নৰেন্দ্ৰ মোদী হিটলাৰৰ নতুন অৱতাৰ।

##এইবাৰ ৰ বাজেট বাস্কেটত পেলাব লগা বাজেট।

##ধৰ্ম কৰা মানুহে মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী ৰ লগতে অন্যান্য মন্ত্ৰী হৱ নালাগে।

##এইখন চৰকাৰে এটা হাতী ধৰিব নোৱাৰে চোৰ কত ধৰিৱ ।

##মুখ্যমন্ত্ৰীয়ে বলিয়া কুকুৰ এৰি দিছে
##শিলাদিত্য বলীয়া কুকুৰ।

Conclusion:কৈলাস ডেকা।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.