ETV Bharat / state

নলবাৰীত হীৰেণ গোঁহাই আৰু চাৰ্জিল ইমামৰ প্ৰতিকৃতি দাহ - নলবাৰীত হীৰেণ গোঁহাই আৰু চাৰ্জিল ইমামৰ প্ৰতিকৃতি দাহ  হিন্দু জাগৰণ মঞ্চৰ

নলবাৰীত চাৰ্জিল ইমামে অসম সম্পৰ্কে দিয়া মন্তব্য যৌৱনৰ আৱেগত দিয়া বুলি হীৰেণ গোঁহাইয়ে আগবঢ়োৱা বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰি হীৰেণ গোঁহাই আৰু চাৰ্জিল ইমামৰ প্ৰতিকৃতি দাহ কৰে হিন্দু জাগৰণ মঞ্চই ৷

Nalbari Hirem Gohain and Charjil Imam's effigy burn
নলবাৰীত হীৰেণ গোঁহাই আৰু চাৰ্জিল ইমামৰ প্ৰতিকৃতি দাহ
author img

By

Published : Jan 30, 2020, 12:01 AM IST

নলবাৰী,29 জানুৱাৰী: নলবাৰীত হীৰেণ গোঁহাই আৰু চাৰ্জিল ইমামৰ প্ৰতিকৃতি দাহ হিন্দু জাগৰণ মঞ্চৰ । জৱাহৰ লাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ চাৰ্জিল ইমামে অসমক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি দিয়া মন্তব্য সন্দৰ্ভত বক্তব্য আগবঢ়াই বৰ্তমান বিতৰ্কৰ মাজত সোমাই পৰিছে পৰিছে বিশিষ্ট বুদ্ধিজীৱি হীৰেণ গোঁহাই ৷

নলবাৰীত হীৰেণ গোঁহাই আৰু চাৰ্জিল ইমামৰ প্ৰতিকৃতি দাহ

অসমক সম্পৰ্কে বিতৰ্কমূলক মন্তব্য কৰা চাৰ্জিল ইমামক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত তথা চাৰ্জিল ইমামে দিয়া বিতৰ্কমূলক মন্তব্য সন্দৰ্ভত হীৰেণ গোঁহাই ডাঙৰীয়াই, উক্ত মন্তব্য চাৰ্জিল ইমামে যৌৱনৰ আৱেগত দিয়া বুলি কোৱাত জাঙুৰ খাই উঠিছে হিন্দু জাগৰণ মঞ্চই ৷ বুধবাৰে হিন্দু জাগৰণ মঞ্চই নলবাৰী হৰি মন্দিৰ চ'কত দাহ কৰে দুয়োৰে প্ৰতিমূৰ্তি ।

লগতে পঢ়ক:আলোচনাৰ মেজলৈ আহিব নেকি পৰেশ বৰুৱা: কি বিচাৰে পৰিয়ালে !

Intro:নলবাৰীত প্ৰতিমূৰ্তি দাহ Body:নলবাৰীত হীৰেণ গোহাঁই আৰু চাৰ্জিল ইমামৰ প্ৰতিকৃতি দাহ ।অসমক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি মন্তব্য কৰা চাৰ্জিল ইমামক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত তথা চাৰ্জিল ইমামে দিয়া বক্তব্য যৌৱনৰ আৱেগত কৰা বুলি কোৱা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠেlআৰু আজি দাহ কৰে দুয়োৰে জুমুঠি ।নলবাৰী হৰি মন্দিৰ চ'কত হিন্দু জাগৰণ মঞ্চই ।Conclusion:কৈলাস ডেকা, নলবাৰী।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.