নলবাৰী, 5 মে : তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ মাজতে নলবাৰী জিলাৰ বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত সোমবাৰে সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ নিশা প্ৰায় 8:30 বজাত দুৰ্গা মন্দিৰৰ চৌহদত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ ৷ স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে যুৱতীগৰাকীক ডিঙি ৰেপি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷
নলবাৰীৰ দুৰ্গা মন্দিৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ ! - নলবাৰী জিলাৰ বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত
নলবাৰী জিলাৰ বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল যুৱতীৰ মৃতদেহ।
নলবাৰী বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ