ETV Bharat / state

ক’ভিড-19: নলবাৰীৰ শেহতীয়া তথ্য

author img

By

Published : Jun 3, 2021, 4:36 PM IST

ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 5296 গৰাকীলৈ বৃদ্ধি পাইছে । বুধবাৰৰ জিলাখনত 48 গৰাকী আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমানো জিলাখনত আক্ৰান্ত হৈ আছে 1221 গৰাকী লোক ৷ ইফালে হ’ম আইছলেচনত বৰ্তমানেও জিলাখনত আছে 1008 গৰাকী ৷

nalbari-covid-update
ক’ভিড-19: নলবাৰীৰ শেহতীয়া তথ্য

নলবাৰী, 3 জুন: ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 5296 গৰাকীলৈ বৃদ্ধি পাইছে । বুধবাৰৰ জিলাখনত 48 গৰাকী আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমানো জিলাখনত আক্ৰান্ত হৈ আছে 1221 গৰাকী লোক ৷ ইফালে হ’ম আইছ’লেচনত বৰ্তমানেও জিলাখনত আছে 1008 গৰাকী ৷

nalbari covid update
ক’ভিড-19: নলবাৰীৰ শেহতীয়া তথ্য

একেদৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 80 গৰাকী, বেলশৰ ম’ডেল হাস্পাতালত 22 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পাতালত আছে 24 গৰাকী ৷ একেদৰে মহাত্মা গান্ধী ম’ডেল হাস্পাতালত খাটিকুছিত 24 গৰাকী আৰু সাৰথি হাস্পাতালত 7 গৰাকী আৰু আদাবাৰী ম’ডেল হাস্পাতালত 11 ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে । ইয়াৰ উপৰিও GMCH , MMCH আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 45 গৰাকী উন্নত চিকিৎসাৰ বাৱে প্ৰেৰণ কৰাৰ কথা উল্লেখ জিলা স্বাস্থ্য বিভাগে ৷ ইফালে বুধবাৰৰ দিনটোত জিলাখনত ক’ভিড মুক্ত হ’ল 168 গৰাকী ।

লগতে পঢ়ক: উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.